৩৩ কোটি নহয় ৩৩ প্ৰকাৰৰহে দেৱতা আছে হিন্দু ধৰ্মত!

1 min read

অতীতৰ পৰাই হিন্দু ধৰ্মক বিনাশ কৰাৰ বাবে সময়ে সময়ে চেষ্টা চলি আহিছে ।
ইয়াৰ বাবে আদিম যুগত দানৱৰ আক্ৰমণ হৈছিল , তাৰ পাছত মোগল , ব্ৰিটিছ , ফৰাছী আদি বহুতেই আক্ৰমণ কৰিও হিন্দু ধৰ্মক শেষ কৰিব পৰা নাই ।

চল , বল , কৌশক একোৰেই বিনাশ কৰিব নোৱাৰি পাছত বদনাম কৰাত লাগিল ।

হিন্দুৰ প্ৰত্যেক টো প্ৰথাৰে ভুল বাখ্যা দি বহুত কৌশলেৰে বদনাম কৰি আহিছে ।

তাৰেই এটা উদাহৰণ হল ৩৩ কোটি দেৱতা । হিন্দু ধৰ্মত ৩৩ কোটি দেৱতা আছে বুলি কৈ হিন্দু ধৰ্মক বেলেগ ধৰ্মৰ মানুহে তো হাঁহি আহিছে তাৰ লগতে হিন্দু ধৰ্মৰ মানুহেও নিজেই নিজৰ ধৰ্মৰ ওপৰত হাঁহে । কাৰণ জ্ঞানৰ অভাৱ ।

আচলতে হিন্দু ধৰ্মত ৩৩ কোটি নহয় , ৩৩ প্ৰকাৰৰ হে দেৱতা আছে ।

সংস্কৃতত কোটি শব্দৰ অৰ্থ 2 তা । তাৰ এটা হল কোটি মানে প্ৰকাৰ আৰু আনটো কোটি মানে কোটি ।

৩৩ প্ৰকাৰৰ দেৱতা তলত দিয়া হল ::

১২ প্ৰকাৰ হল আদিত্য : ধাতা , মীত , আৰ্যমা , চক্ৰ ,বৰুণ , আঁচ , ভাগ , বিবাশ্বন , পূশ , ছবিতা , তাৱশ্য আৰু বিষ্ণু ।

প্ৰকাৰ হল বসু : ধৰ , ধ্ৰুৱ , সোম , অহ, অনিল , অনল , প্ৰত্যুশ আৰু প্ৰভাষ ।

১১ প্ৰকাৰ হল ৰুদ্ৰ : হৰ , বহুৰোপ , ট্ৰায়ম্বক , অপৰাজিতা , বৃষকপি , সম্ভূ , কঁপাৰ্টি , ৰেৱাত ,মৃগব্যধ , সর্বা , আৰু কপালি ।

আৰু প্ৰকাৰ হল অস্বীনি আৰু ,কুমাৰ ।

মুঠ ১২+৮+১১+২ = ৩৩

গতিকে যিসকলে এতিয়াও হিন্দু ধৰ্মত ৩৩ কোটি দেৱ-দেৱী আছে বুলি ভাবি আছে, তেন্তে এই কথাটো মনৰ পৰা আঁতৰাই পেলাওক।

You May Also Like

More From Author