Month: January 2023

তুলসী পাত চিঙাৰো আছে নিদিষ্ট সময় নিয়ম

তুলসী পাত চিঙাৰো আছে নিদিষ্ট সময় নিয়ম

আমাৰ দেশত-এনে বহু গছ আছে-যিবোৰক হিন্দু ধৰ্মত বিশেষ গুৰুত্ব দিয়া হয়।তাৰে ভিতৰত হল-তুলসী অন্যতম।ঘৰৰ সনুখত তুলসী গছ ৰোৱা পৰম্পৰা বহু পুৰণি।তদুপৰি তুলসী পাত অবিহনে-পূজা অসম্পূৰ্ণ বুলি কোৱা হয়। শাস্ত্ৰত বিশ্বাস কৰা হয় যে-তুলসী গছত দেৱী লক্ষ্মীয়ে বাস কৰে।বিশ্বাস আছে-ঘৰত তুলসী গছ ৰুলে আৰু নিয়মিত পূজা কৰিলে-সেই ঘৰত সদায় সুখ-সমৃদ্ধি উপচি

মহিলাসকলে-ৰাতিপুৱা এইকেইটা কাম কৰিলে-মা লক্ষ্মীৰ কৃপা প্ৰাপ্ত হয়

মহিলাসকলে-ৰাতিপুৱা এইকেইটা কাম কৰিলে-মা লক্ষ্মীৰ কৃপা প্ৰাপ্ত হয়

নাৰীক ঘৰৰ লক্ষ্মী বোলে।শাস্ত্ৰত ৰাতিপুৱা কিছুমান-বিশেষ কামৰ কথা কোৱা হৈছে-যিবোৰ কাম মহিলাই কৰিব লাগে।কোৱা হয় যে-ইয়াৰ দ্বাৰা-লক্ষ্মী সদায় পৰিয়ালৰ প্ৰতি দয়ালু হয়।  *শাস্ত্ৰ অনুযায়ী-যদিও সূৰ্য্য উদয়ৰ আগতে-সাৰ পোৱাটো সকলোৰে বাবে উপকাৰী,কিন্তু ঘৰৰ মহিলাসকলৰ বাবে-তেনে কৰিলে-তেনে কৰিলে বেছি শুভ ফল পোৱা যায়।ব্ৰহ্ম মুহুত্বত উঠিলে-মানুহে সৌন্দৰ্য্য,চোকা বুদ্ধি,লক্ষ্মী,স্বাস্থ্য উপকাৰ লাভ কৰে। *পৰিয়ালৰ কল্যাণ

কেদাৰনাথ মন্দিৰৰ কিছু নজনা কথা

কেদাৰনাথ মন্দিৰৰ কিছু নজনা কথা

কেদাৰনাথ উত্তৰাখণ্ডত অৱস্থিত। ভাৰতৰ শিৱ মন্দিৰ সমূহৰ ভিতৰত কেদাৰনাথ হৈছে এক অন্যতম মন্দিৰ। পুৰাণৰ কাহিনী অনুসৰি হিমালয়ৰ কেদাৰ শৃংগত বিষ্ণুৰ অৱতাৰী নৰ আৰু নাৰায়ণ ঋষিয়ে শিৱ তপস্যা কৰিছিল। তেওঁলোকৰ কঠোৰ তপস্যাবলে সন্তষ্ট হৈ শিৱই কেদাৰ শৃংগত জ্যোতি লিংগ ৰূপত সদায় বাস কৰিম বুলি বৰ প্ৰদান কৰে। মহাভাৰতত পঞ্চ পাণ্ডৱ জয়ী

নিশা সংগীত শুনি টোপনি যোৱা লোকসকল সাৱধান হওঁক………..

নিশা সংগীত শুনি টোপনি যোৱা লোকসকল সাৱধান হওঁক………..

সকলোৱে তেওঁলোকৰ মনোভাৱ সতেজ কৰিবলৈ গান শুনে। বহুলোকে শুই থাকোতেও গান শুনি থাকে। যদি কোনোবাই সদায়ে এনে কৰি আছে, তেন্তে তেওঁ সাৱধান হোৱাটো উচিত। কিয়নো শেহতীয়াকৈ এক গৱেষণাই প্ৰকাশ কৰিছে যে, শোৱাৰ আগতে গান শুনি টোপনি যোৱা লোকসকলৰ বহুটো সমস্যা হ’ব পাৰে। প্ৰকৃততে, শুই থাকোঁতে, মগজুত সংগীতৰ প্ৰক্ৰিয়া অব্যাহত থাকে