শীতকাল হয়টো কিছুসংখ্যক লোকে ভাল পাব পাৰে, কিন্তু এই সময়ছোৱাত শিশুৰ স্বাস্থ্যৰ বিপদাশংকা বৃদ্ধি হয়। শিশুৰ ৰোগ প্ৰতিৰোধ প্ৰণালী প্ৰাপ্তবয়স্ক সকলতকৈ অলপ দুৰ্বল, সেয়েহে সিহঁতৰ ৰোগত আক্রান্ত হোৱাৰ সম্ভাৱনা অধিক। শীতকালত শিশুক নিৰোগী কৰি ৰাখিবলৈ অভিভাৱকে অনুসৰণ কৰিবলগীয়া ৪ টা পৰামৰ্শঃ শীতকালত, অভিভাৱকে সন্তানৰ বিশেষ যত্ন লোৱাটো অতিকৈ প্ৰয়োজনীয়, অন্যথা
Month: January 2023
যেতিয়া শৰীৰত পানীৰ অভাৱ হয়, তেতিয়া ব্যক্তি এগৰাকী অসুস্থ হৈ পৰে আৰু কেতিয়াবা চিকিৎসালয়ত ভৰ্তি হ’ব লগা হয়। বৰ্তমান, শীতকালত ঠাণ্ডাৰ কাৰণে খুব কমসংখ্যক মানুহেই পৰ্যাপ্ত পানী খায়। ঠাণ্ডা আৰু তৃষ্ণাৰ অভাৱৰ বাবে শৰীৰত পানীৰ প্ৰয়োজন নাই। কিন্তু এনে নহয় যে শৰীৰক কেৱল গ্ৰীষ্মকালত বা তৃষ্ণাতুৰ অৱস্থাত পানীৰ প্ৰয়োজন হয়।
যিকোনো মানুহৰ বাবে হিকটি অহাটো এটা সাধাৰণ কথা। লোকবিশ্বাস অনুসৰি যেতিয়া কোনোবাই আমাক মনত পেলায়, তেতিয়া হিকটি আহে বুলি কোৱা হয়। এই কথাটো বেছিসংখ্যক লোকে সঁচা বুলি ভাবিব পাৰে কিন্তু ইয়াৰ আঁৰত এটা ডাঙৰ বৈজ্ঞানিক কাৰণো আছে। চিকিৎসা বিশেষজ্ঞসকলৰ মতে, যেতিয়া মানুহে উশাহ লয়, তেতিয়া হাঁওফাঁওটো বায়ুৰে ভৰি পৰে। ইয়াৰ
সাধাৰণতে, বহুলোকৰ পেট পেলাই টোপনি মৰাৰ অভ্যাস আছে, কিন্তু তেওঁলোকে জানি আচৰিত হ’ব যে ইয়াৰ ফলত মানুহৰ বিভিন্ন সমস্যা হ’ব পাৰে। বিজ্ঞানীসকলৰ মতে, মৃগীৰোগীসকলে যিমান সোনকালে পেট পেলাই শুই থকাৰ অভ্যাস এৰিব, তেওঁলোকৰ বাবে সিমানেই ভাল হ’ব। পেট পেলাই টোপনি মৰা মৃগীৰোগীৰ ক্ষেত্ৰত আকস্মিক মৃত্যুৰ আশংকা অধিক হয়। শিশুৰ দুৰ্ঘটনাজনিত
এজন সুস্থ মানুহে কিমান সময়ৰ বাবে প্ৰস্ৰাৱ ধৰি ৰখাটো উচিত। বয়স অনুসৰি, প্ৰস্ৰাৱ ধৰি কৰাৰ ক্ষমতা বৃদ্ধি হয়। বহুলোকে কেইবা ঘণ্টা কামত ব্যস্ত হৈ থকাত প্ৰস্ৰাৱ ধৰি ৰাখে, কিন্তু সকলোৱে জনাটো উচিত যে ই পিছলৈ অতি মাৰাত্মক হিচাপে প্ৰমাণিত হ’ব পাৰে। অৰ্থাৎ, এজন মানুহে প্ৰস্ৰাৱ ধৰি ৰখাৰ আগতে, এইটো জনা