Month: January 2023

ক্ৰিকেটাৰ অজিংক্য ৰাহানে কামাখ্যা মন্দিৰ পৰিদৰ্শন….

ক্ৰিকেটাৰ অজিংক্য ৰাহানে কামাখ্যা মন্দিৰ পৰিদৰ্শন….

ভাৰতীয় ক্ৰিকেটাৰ অজিংক্য ৰাহানে সোমবাৰে গুৱাহাটীৰ নীলাচল পাহাৰৰ ওপৰত থকা কামাখ্যা মন্দিৰ পৰিদৰ্শন কৰি পৰম্পৰাগত পদ্ধতিৰে পূজা কৰে। শক্তি পূজাৰ কেন্দ্ৰস্থল মন্দিৰৰ ভিতৰত পুৰোহিতসকলে খেলুৱৈগৰাকীক আদৰণি জনায় আৰু তাৰ পিছত তেওঁলোকে পূজা কৰে। তাৰকা খেলুৱৈগৰাকীয়ে মন্দিৰত ঘূৰি ফুৰি কটকটীয়া নিৰাপত্তাৰ মাজত প্ৰায় আধা ঘণ্টা সময় মন্দিৰ চৌহদত কটায়। কামৰূপ গ্ৰাম্য

Half-Day Holiday In Guwahati

Half-Day Holiday In Guwahati

The Assam government announced a half-day holiday in the Kamrup Metropolitan district on Tuesday in view of the India-Sri Lanka ODI match in Guwahati. All state government offices and educational institutions in the district will be closed at 1 pm, according to a notification issued on Sunday. “The governor of

নগাঁও জিলা সাহিত্য সভাৰ সপ্তবিংশতিতম কামপুৰ অধিবেশনৰ সামৰণি,উপাধি প্ৰদান

নগাঁও জিলা সাহিত্য সভাৰ সপ্তবিংশতিতম কামপুৰ অধিবেশনৰ সামৰণি,উপাধি প্ৰদান

নিউজ ব্যুৰ’,নগাঁও,৯জানুৱাৰী:–অসম সাহিত্য সভাৰ অন্তৰ্ভূক্ত নগাঁও জিলা সাহিত্য সভাৰ সপ্তবিংশতিতম দ্বি বাৰ্ষিক পূৰ্ণাংগ অধিবেশনখনি কপিলী-নিশাৰী-বৰপানী নৈৰে পৰিবেষ্টিত, অপ্ৰমাদী কবি মাধৱ কন্দলীৰ লিখিত ৰামায়ণ চৰ্চাৰ পীঠস্থান ৰত্নাৱলী,বিষ্ণুপুৰী তথা মাধৱপাৰা থানৰ ধৰ্মীয় সুবাসেৰে ধন্য ঐতিহ্যমণ্ডিত কামপুৰত ৰবিবাৰে অনুষ্ঠিত হৈ যায় । কামপুৰ শাখা সাহিত্য সভাৰ আহ্বানত কামেশ্বৰ বৰঠাকুৰ মজলীয়া বিদ্যালয়ৰ প্ৰাঙ্গণত মনেশ্বৰ

নগাঁৱত বৰ্ষীয়ান ৰাজনীতিবিদ, শিক্ষাবিদ,বাওঁপন্থী নেতা বাণেশ্বৰ শইকীয়াৰ “ৰঙা ৰ’দৰ পম খেদি” গ্ৰন্থ উন্মোচন

নগাঁৱত বৰ্ষীয়ান ৰাজনীতিবিদ, শিক্ষাবিদ,বাওঁপন্থী নেতা বাণেশ্বৰ শইকীয়াৰ “ৰঙা ৰ’দৰ পম খেদি” গ্ৰন্থ উন্মোচন

নিউজ ব্যুৰ’,নগাঁও,৮জানুৱাৰী:–বৰ্ষীয়ান ৰাজনীতিবিদ,শিক্ষাবিদ,বাওঁপন্থী নেতা বাণেশ্বৰ শইকীয়াৰ “ৰঙা ৰ’দৰ পম খেদি” শীৰ্ষক গ্ৰন্থখনি ৰবিবাৰে উন্মোচন কৰা হয় ৷ এই উপলক্ষে নগাঁও জিলা সাহিত্য সভা ভৱনত আয়োজিত বিশিষ্ট শিক্ষাবিদ সভাৰাম মজুমদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সমাজকৰ্মী তথা ভাৰতীয় গণনাট্য সংঘৰ নগাঁও জিলা শাখাৰ সভাপতি দীপ্তি কুমাৰ বৰুৱাই । গ্ৰন্থখন

গল্পকাৰ জ্যোতিষ শিকদাৰলৈ ক্ৰান্তিকাল সাহিত্য সন্মান– ২০২২

গল্পকাৰ জ্যোতিষ শিকদাৰলৈ ক্ৰান্তিকাল সাহিত্য সন্মান– ২০২২

নিউজ ব্যুৰ’,নগাঁও,৯জানুৱাৰী:–২০১১ চনৰ পৰা শিৱকান্ত- ক্ৰান্তিকাল ট্ৰাষ্টৰ উদ্যোগত নগাঁৱৰ ক্ৰান্তিকাল প্ৰকাশনে প্ৰদান কৰি অহা ”ক্ৰান্তিকাল সাহিত্য সন্মান -২০২২” ৰাজ্যখনৰ বিশিষ্ট গল্পকাৰ জ্যোতিষ শিকদাৰলৈ আগবঢ়োৱা হৈছে । এই কথা শিৱকান্ত- ক্ৰান্তিকাল ট্ৰাষ্টৰ হৈ কৈলাশ ৰাজখোৱা আৰু অৰিন্দম বৰকটকীয়ে সোমবাৰে নগাঁৱত সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে । উল্লেখ্য যে ১৯৫৭ চনত গুৱাহাটীত