যৌন সম্পৰ্ককলৈ সুখী নহয় নেকি? এনে সমস্যাৰ সন্মুখীন বহু দম্পত্তি হৈ আহিছে। কিন্তু লাজ বা সন্মানৰ বাবে এনেধৰণৰ কথাবোৰ আলোচনা কৰা নহয়। ফলত দিনকদিনে বাঢ়ি যায় এনেবোৰ সমস্যা। এইবাৰ বিশেষজ্ঞা পল্লৱী বৰ্নৱাললৈ এই সন্দৰ্ভত চিঠি লিখিছে এগৰাকী মহিলাই। চিঠিত মহিলাগৰাকীয়ে লিখে যে, ‘মই মোৰ স্বামীক কেনেকৈ কও- প্ৰতিদিনেই যে, তেওঁ
Month: January 2023
ৰাম সেঁতুৰ বিষয়ে জানোঁ আহক ভগৱান শ্ৰী বিষ্ণুৱে পৃথিৱীত প্ৰভূ শ্ৰী ৰাম ৰূপে জন্ম লৈছিল। প্ৰভূ শ্ৰী ৰামে ৰাৱণক বধ কৰি লংকাত বিজয়ী প্ৰাপ্ত কৰিছিল৷। এই লংকালৈ যাবলৈ প্ৰভূ শ্ৰী ৰামে বানৰ সকলৰ সহায়তা দ্বাৰা সেঁতু নিৰ্মাণ কৰিছিল। কিন্তু প্ৰভূ শ্ৰী ৰামে নিজে ৰাম সেঁতুৰ আধা অংশ নিজে ভাঙি দিছিল!
মাজুলীৰ জোৰবিলত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। জোৰবিলৰ সোণাপুৰত দলবদ্ধ ধৰ্ষণ কিশোৰীক। তেৰ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰে দুই যুৱকে। ভুক্তভোগী কিশোৰীগৰাকীক JMCHত ভৰ্তি কৰোৱা হয়। ধৰ্ষণকাৰী ২ লম্পট যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ঘটনা সংঘটিত কৰি পলাই আছিল লম্পট মানস ভড়ালী আৰু ৰাতুল ভড়ালী। ভুক্তভোগীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে দুয়োকে। গড়মূৰ থানাত POCSO
কাছাৰৰ ধলাইত সংঘটিত হৈছে সভ্য সমাজক লজ্জানত কৰা ঘটনা। ৭০ বছৰীয়া বৃদ্ধাক ধৰ্ষণ কৰে এটা লম্পটে। শুভম নাথ নামৰ লম্পটটোৰ কামনাৰ বলি হয় বৃদ্ধাগৰাকী। পথৰ পৰা উঠাই নি ধৰ্ষণ কৰে বৃদ্ধাগৰাকীক। বিয়া খাই নিশা ঘৰলৈ ওভতাৰ পথতে সংঘটিত এই জঘন্য কাণ্ড। বৃদ্ধাগৰাকীৰ অভিযোগৰ ভিত্তিত ধৰ্ষণকাৰী শুভম নাথক গ্ৰেপ্তাৰ আৰক্ষীৰ। লম্পট
এই শৰৎ পূৰ্ণিমা বা লক্ষ্মী পূৰ্ণিমা আগে আমি ঘৰ দোৱাৰ চাফ চিকুণ কৰো। আৰু এনে সময়ত যদি ঘৰৰপৰা এনে কেইবিধ মান বস্তু দূৰ কৰিব পাৰো, তেন্তে এয়া অতি মংগলজনক। ( Religious Studies ) আমাৰ ঘৰৰ বিভিন্ন ব্যৰ্থ হৈ যোৱা বস্তু ওপৰত আমাৰ মায়া জন্মে বাবে আমি সেইবোৰ সাঁচি ৰাখো। আৰু সেই বস্তু