20.6 C
Assam
Tuesday, March 21, 2023

Featured News

Congress Confident to Win all 14 Lok Sabha seats in Assam

Guwahati: The Congress party in Assam is...

এইখন চহৰত সাধু-সন্তসকলৰ বাবে আছে বিনামূলীয়া বিউটি পাৰ্লাৰ

জটা হৈছে সাধু-সন্তসকলৰ আটাইতকৈ ডাঙৰ পৰিচয়। স্পষ্টকৈ...

বিদ্যুৎস্পৃষ্ট হ’লে কি কৰিব?

মানৱ দেহটো এশ শতাংশই বিদ্যুৎ পৰিবাহী৷ ফলত...

৭০ বছৰীয়া বৃদ্ধাক ধৰ্ষণ!

Assamese News৭০ বছৰীয়া বৃদ্ধাক ধৰ্ষণ!
  • কাছাৰৰ ধলাইত সংঘটিত হৈছে সভ্য সমাজক লজ্জানত কৰা ঘটনা। ৭০ বছৰীয়া বৃদ্ধাক ধৰ্ষণ কৰে এটা লম্পটে। শুভম নাথ নামৰ লম্পটটোৰ কামনাৰ বলি হয় বৃদ্ধাগৰাকী। পথৰ পৰা উঠাই নি ধৰ্ষণ কৰে বৃদ্ধাগৰাকীক।
  • বিয়া খাই নিশা ঘৰলৈ ওভতাৰ পথতে সংঘটিত এই জঘন্য কাণ্ড। বৃদ্ধাগৰাকীৰ অভিযোগৰ ভিত্তিত ধৰ্ষণকাৰী শুভম নাথক গ্ৰেপ্তাৰ আৰক্ষীৰ। লম্পট শুভমৰ দুবাৰকৈ কামনাৰ বলি হয় মহিলাগৰাকী। বলপূৰ্বক অটোত উঠাই নি ভুবনডৰ চাহ বাগিচাত ধৰ্ষণ পাষণ্ডটোৰ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!