শ্বাহৰুখ খান আৰু গৌৰী খানৰ পুত্ৰ আৰিয়ান খানে পুনৰ সংবাদ শিৰোনাম দখল কৰিছে। কিছুদিন পূৰ্বে পাকিস্তানী অভিনেত্ৰী ছাদিয়া খানে নৱবৰ্ষৰ পাৰ্টিৰ কিছু ছবি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। ইয়াৰে এখন ফটোত তেওঁক দেখা গৈছিল আৰিয়ান খানৰ সৈতে, যিখন ফটো দেখাৰ লগে লগে ভাইৰেল হৈ পৰে। ইয়াৰ পিছত ছাদিয়া আৰু আৰিয়ানৰ ডেটিংৰ
Month: January 2023
•শুৱালকুছিত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনে নতুন খেলুৱৈক উৎসাহিত কৰিলে-মুখ্যমন্ত্ৰী গুৱাহাটী ৮ জানুৱাৰীঃ বস্ত্ৰনগৰী শুৱালকুছিৰ সেউজ বালিচৰত দেওবাৰে অনুষ্ঠিত ৫৭ তম্ ৰাষ্ট্ৰীয় ক্ৰছ কান্ট্ৰী দৌৰ চেম্পিয়নশ্বিপৰ সফল সামৰণি পৰে। দেশৰ ৩১ খন ৰাজ্যৰ ৬৭০ গৰাকী ক্ৰীড়াবিদে অংশ লোৱা এই প্ৰতিযোগিতাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ফ্লেগ অফ্ কৰা ল’ৰাৰ ২০ বছৰ অনুৰ্ধ্ব ৮কি’লমিটাৰ
কংগ্ৰেছ নেতা ৰকিবুল হুছেইনক ভিক্ষাৰী আখ্যা দুলু আহমেদৰ । ভিক্ষা খুজি খোৱাটো ৰকিবুল হুছেইনৰ জন্মগত স্বভাৱ বুলি কটাক্ষ কৰি অসম জাতীয় পৰিষদৰ নেতাগৰাকীয়ে কয় যে যুৱ কংগ্ৰেছৰ নিৰ্বাচনত সৰু সৰু দলীয় কৰ্মীৰ পৰা খুজি-মাগি খাই ফুৰে ৰকিবুল হুছেইনে৷ ইয়াৰোপৰি ৰকিবুল হুছেইনক ধুৰন্ধৰ মানুহ বুলিও মন্তব্য কৰে অসম জাতীয় পৰিষদৰ নেতাগৰাকীয়ে
গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত অহা ১০ জানুৱাৰীত অনুষ্ঠিত হ’ব ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ । ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া দিবা-নৈশ এদিনীয়া মেচখনৰ বাবে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পন্ন কৰি তুলিছে অসম ক্ৰিকেট সন্থাই । এই কথা আজি সংবাদমেলযোগে সদৰী কৰে অসম ক্ৰিকেট সন্থাৰ সভাপতি
অসমত নতুনকৈ জন্ম হ’ল খিলঞ্জীয়া মুছলমানৰ নতুন সংগঠন । গোলাঘাটৰ বীৰাঙ্গনা সতী সাধনী কলাক্ষেত্ৰত শনিবাৰে জন্মলাভ কৰা নতুন সংগঠনটোৰ নাম হৈছে ‘সদৌ অসম সংখ্যালঘু ছাত্র সন্থা, খিলঞ্জীয়া’ । সংগঠনটোৰ ৰাজ্যিক সভাপতি হিচাপে নিৰ্বাচিত হৈছে ঈচাদ হুছেইন । আনহাতে, কাৰ্যকৰী সভাপতি হিচাপে নুৰুল আলী আৰু সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয় পাপু