Month: January 2023

মৌৰসৰ ঔষধি গুণ, উপকাৰিতা আৰু ব্যৱহাৰ সম্পৰ্কে

মৌৰসৰ ঔষধি গুণ, উপকাৰিতা আৰু ব্যৱহাৰ সম্পৰ্কে

ঔষধ হিচাপে মৌৰসৰ ব্যৱহাৰ অতি প্ৰাচীন কালৰে চলি আহিছে৷ ভাৰতীয় আয়ুৰ্বেদতো মৌৰসৰ ঔষধি গুণ আৰু তত্ত্বৰ বিষয়ে শুনি আছিছো ৷ মৌৰসক ইংৰাজীত Honey বুলি কোৱা৷ মৌৰস মৌমাখিৰ পৰাগৰেণু আৰু মৌ মাখিয়ে ফুলৰ পৰা সংগ্ৰহ কৰা ৰসৰ এক দীৰ্ঘ প্ৰক্ৰিয়াৰ অন্তত প্ৰস্তুত হয়৷ মৌৰসৰ নিয়মিত ব্যৱহাৰ আমাৰ মানৱ শৰীৰৰ বাবে অতি উপকাৰী কিন্তু মৌৰস

নিশা ভালদৰে শুব নোৱাৰিলে কি কৰিব? টোপনি কিয় কম হয়?

নিশা ভালদৰে শুব নোৱাৰিলে কি কৰিব? টোপনি কিয় কম হয়?

সু-স্বাস্থ্যৰ বাবে টোপনি অতি প্ৰয়োজনীয়। নিশা ভালকৈ শুলে গা-মন দুয়োটাই সজীৱ হৈ থাকে। পিছে সকলো লোকৰে টোপনি একে নহয়। কোনোবাই শোৱাৰ পাছত কাণৰ কাষত ঢোল বজাই থাকিলেও গম নাপায়। আনহাতে কোনোবাই আকৌ টোপনিৰ অভাৱত গোটেই নিশা শোৱাপাটীত চাটিফুটি কৰি কটাব লাগে। বিশেষকৈ বয়স বাঢ়ি অহাৰ লগে লগে আমাৰ শৰীৰ বহু

ডায়েবেটিছ ৰোগীয়ে গৰম পানীৰে গা ধুৱাৰ পূৰ্বে হওক  সাৱধান, অন্যথা…

ডায়েবেটিছ ৰোগীয়ে গৰম পানীৰে গা ধুৱাৰ পূৰ্বে হওক সাৱধান, অন্যথা…

ডায়েবেটিছ এনেকুৱা এক সমস্যা যাৰ বাবে দৃষ্টিশক্তি হেৰুৱা, বৃক্কৰ সমস্যা, হাৰ্ট এটেককে ধৰি বহুতো গুৰুতৰ ৰোগৰ আশংকা বৃদ্ধি পায়। এয়া আমাৰ কথা নহয়, বৰঞ্চ বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) প্ৰতিবেদনত উল্লেখ থকা কথা। এতিয়ালৈকে ডায়েবেটিছৰ কোনো স্থায়ী সমাধান পোৱা নাই। কিন্তু সুষম খাদ্য আৰু নিয়মীয়া ব্যায়ামৰ জৰিয়তে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিব পৰা

শিশুটিৰ দৃষ্টিশক্তি দুৰ্বল যদি আজিৰ পৰাই খাদ্যত যোগ দিয়ক এইসমূহ বস্তু…

শিশুটিৰ দৃষ্টিশক্তি দুৰ্বল যদি আজিৰ পৰাই খাদ্যত যোগ দিয়ক এইসমূহ বস্তু…

চকু আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ। চকুৰ সহায়তে আমি পৃথিৱীখন দেখা পাও। কিন্তু কৰোনাৰ সময়ছোৱাত মোবাইল ফোনৰ ব্যৱহাৰ আৰু অধিক বৃদ্ধি পোৱা দেখা গল। যাৰ বাবে সৰু ল’ৰা-ছোৱালীৰ দৃষ্টিশক্তি দুৰ্বল হৈ পৰিছে। লগতে দৃষ্টিশক্তিৰ ওপৰত নেতিবাচক প্ৰভাৱো পৰিছে। এনে পৰিস্থিতিত কিছুমান ঘৰুৱা উপায়ে এই সমস্যা দূৰ কৰিব পাৰে। ইয়াৰ বিষয়ে

ভ্ৰাম্যমাণ থিয়েটাৰৰ বিশিষ্ট প্ৰযোজক কৃষ্ণ ৰয়লৈ অসম সৌৰভ বঁটা

ভ্ৰাম্যমাণ থিয়েটাৰৰ বিশিষ্ট প্ৰযোজক কৃষ্ণ ৰয়লৈ অসম সৌৰভ বঁটা

আৱাহন থিয়েটাৰৰ প্ৰতিস্থাপক প্ৰযোজক কৃষ্ণ ৰয়ক ৰাজ্য চৰকাৰে অসম সৌৰভ বঁটাৰ বাবে মনোনীত কৰা খবৰকলৈ বজালীত আনন্দ কঢ়িয়াই আনিছে ৷ বিশিষ্ট নাট্য যোদ্ধা কৃষ্ণ ৰয়ে এই বঁটা ঘোষণাৰ খবৰ পোৱাৰ লগে লগে যথেষ্ট উৎসাহী হৈ পৰে৷ সংবাদ মাধ্যমৰ আগত তেওঁ কয়, “আজি অসম চৰকাৰৰ তৰফৰ পৰা আগবঢ়ো অসম সৌৰভ বটাঁত মোৰ নামটো দেখি বহুত