নগাঁও জিলাৰ বেবেজীয়া চাৰিআলিস্থিত বন্ধন বেংকৰ তৰফৰ পৰা অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকল ক্ৰমে ডিমৌ চাৰিআলিৰ বাসিন্দা তথা ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশীকান্ত দাস,বেবেজীয়াৰ জ্যেষ্ঠ সাংবাদিক দেৱজিৎ হাজৰিকা, বেবেজীয়া-ডিমৌ-বাংঠাই গাঁও পঞ্চায়তৰ সভাপতি দিগন্ত কুমাৰ নাথ আৰু বেবেজীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কল্যাণ গগৈক বুধবাৰে বন্ধন বেংকৰ বেবেজীয়া শাখাৰ তৰফৰ পৰা নৱবৰ্ষৰ ওলগ
Month: January 2023
আজি সন্ধিয়া প্ৰায় ৫ – ৪০ বজাত নাজিৰাৰ ৰজাপুলত এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয় । এই দূৰ্ঘটনাত দুগৰাকী মহিলা সহ তিনিজন লোক গুৰুতৰ ভাৱে আহত হয় । ঘটনা মৰ্মে , নাজিৰা দিশৰ পৰা গৈ থকা এ এছ ২৩ কিউ ৩৯৯১ নম্বৰৰ ভান গাড়ীখনে বিপৰীত দিশৰ পৰা অহা এ এছ
কোকৰাঝাৰ জিলাৰ চাওঁতাল কলোনীৰ শ্ৰীৰামপুৰৰ অনাথ আশ্ৰমৰ পৰিচালক তথা কৃষ্ণ মিত্ৰ ছচায়টিৰ অধ্যক্ষ কৃষ্ণ মুৰ্ম্মূৱে ১৯৮৪ চনত কৃষক পৰিয়ালত জন্ম গ্ৰহন কৰে। মুৰ্ম্মূৱে আদিবাসী যুদ্ধবীৰতি সংগঠন আদিবাসী কোব্ৰা মিলিটাৰীত অৱ অসম চমুকৈ আকমাৰ সক্ৰিয় সদস্য আছিল। ২০১৭ চনৰ পৰা নিজ প্ৰচেষ্টাত সমাজৰ দৰিদ্ৰপীড়িত পিতৃ-মাতৃহীন তথা সমাজৰ অৱহেলিত শিশুক নিৰাপদ আশ্ৰয়
টেটু যেন আজিকালি এক ফেশ্বন হৈ পৰিছে। বিশেষকৈ যুৱক–যুৱতীসকলৰ মাজত টেটু কৰাৰ প্ৰৱণতা অধিক। হাতত বা দেহৰ বিভিন্ন অংশত টেটু কৰা দেখা যায়। কিছুমানে আত্মীয় বা প্ৰিয়জনৰ নাম লিখে যদি কিছুমানে অংকন কৰে আৰাধ্য দেৱতাৰ নাম বা প্ৰতিচ্ছবি। যুৱকজনৰ নাম ৰাজেশ সৰকাৰ। ডিগবৈৰ ১নং গোলাইত ঘৰ। মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি থকা অগাধ
হাতত কেইটামান মৃত হাঁহ। মৃত হাঁহকেইটা লৈ আৰক্ষী থানাত উপস্থিত হ’ল এগৰাকী মহিলা। আৰক্ষী থানালৈ গৈ হাঁহকেইটাৰ মৃত্যুৰ বিচাৰ দাবী কৰিলে মহিলাগৰাকীয়ে। কৰিমগঞ্জৰ গিৰিছগঞ্জত সংঘটিত হৈছে এই ঘটনা। আছলতে হৈছিল কি? ঘটনাৰ বিৱৰণী অনুসৰি, হাঁহ পালনেৰে পৰিয়াল পোহ–পাল দি আহিছিল ফয়ছুৰ নেছা নামৰ এইগৰাকী মহিলাই। প্ৰতিদিনৰ দৰে হাঁহকেইটা ঘৰৰ কাষত