ডিগবৈৰ এইজন যুৱকে নিজৰ পিঠিত অংকন কৰালে হিমন্ত বিশ্ব শৰ্মাৰ টেটু

ডিগবৈৰ এইজন যুৱকে নিজৰ পিঠিত অংকন কৰালে হিমন্ত বিশ্ব শৰ্মাৰ টেটু

টেটু যেন আজিকালি এক ফেশ্বন হৈ পৰিছে। বিশেষকৈ যুৱক–যুৱতীসকলৰ মাজত টেটু কৰাৰ প্ৰৱণতা অধিক। হাতত বা দেহৰ বিভিন্ন অংশত টেটু কৰা দেখা যায়। কিছুমানে আত্মীয় বা প্ৰিয়জনৰ নাম লিখে যদি কিছুমানে অংকন কৰে আৰাধ্য দেৱতাৰ নাম বা প্ৰতিচ্ছবি।

যুৱকজনৰ নাম ৰাজেশ সৰকাৰ। ডিগবৈৰ ১নং গোলাইত ঘৰ। মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি থকা অগাধ শ্ৰদ্ধাৰ বাবেই এইদৰে পিঠিত অংকন কৰালে টেটু

Shahnawaz Hamza