Month: January 2023

ৰঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ থিতাতে নিহত এজন ৷

ৰঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ থিতাতে নিহত এজন ৷

  ৰঙিয়াৰ সোমাজেৰে যোৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ১ নং নকুলত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়। নিহত লোকজনৰ ১ নং নকুলৰ টংকেশ্বৰ দাস বুলি জানিব পৰা গৈছে ৷ বজাৰ

হাতীগাঁৱত কিশোৰী নিৰ্যাতনৰ অভিযোগত……….

হাতীগাঁৱত কিশোৰী নিৰ্যাতনৰ অভিযোগত……….

মহানগৰীত পুনৰ কিশোৰী নিৰ্যাতনৰ ঘটনা ৷হাতীগাওঁৰ লখিমীনগৰৰ শুভম এনক্লেভ নামৰ এপাৰ্টমেণ্টটোত থকা ষ্টেট বেংকৰ কৰ্মচাৰী ধীৰাজ বড়োৰ ফ্লেটত বনকৰা কৰ্মী হিচাপে নিয়োজিত আছিল বহি:ৰাজ্যৰ এগৰাকী ১৬ বছৰীয়া কিশোৰী ৷ দীৰ্ঘদিন ধৰি ধীৰাজ

মহানগৰীত পদপথত জি এম চিৰ ব্যাপক উচ্ছেদ অভিযান

মহানগৰীত পদপথত জি এম চিৰ ব্যাপক উচ্ছেদ অভিযান

বেদখলকাৰীৰ কবলৰ পৰা চৰকাৰী ভূমি উদ্ধাৰৰ বাবে ৰাজ্যৰ ভিন্নস্থানত ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান অব্যাহত ৰখাৰ মাজতে এইবাৰ গুৱাহাটী মহানগৰীটো আৰম্ভ হৈছে ব্যাপক উচ্ছেদ অভিযান ৷ দীৰ্ঘদিন ধৰি মহানগৰীৰ পদপথ দখল কৰি ব্যৱসায় কৰি থকা দোকানসমূহ

কোৰিয়ান উপদ্বীপৰ পূৰ সাগৰত ৩টা ক্ষেপণাস্ত্ৰৰ পৰীক্ষণ সম্পন্ন

কোৰিয়ান উপদ্বীপৰ পূৰ সাগৰত ৩টা ক্ষেপণাস্ত্ৰৰ পৰীক্ষণ সম্পন্ন

উত্তৰ কোৰিয়াই আজি নিচেই পুৱাতে কোৰিয়ান উপদ্বীপৰ পূৰ সাগৰত ৩টা হ্ৰস দূৰত্ব ভেদি ক্ষেপণাস্ত্ৰৰ পৰীক্ষা কৰে। দক্ষিণ কোৰিয়াৰ সেনাবাহিনীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি উত্তৰ কোৰিয়াৰ এই ক্ষেপণাস্ত্ৰ পৰীক্ষণে অঞ্চলটোত শান্তিৰ

টীয়কৰ লাহিং লক্ষীবাৰীত পথ দুৰ্ঘটনাত এজন যুৱকৰ শোকাবহ ভাৱে মৃত্যু l

টীয়কৰ লাহিং লক্ষীবাৰীত পথ দুৰ্ঘটনাত এজন যুৱকৰ শোকাবহ ভাৱে মৃত্যু l

আজি সন্ধ্যা টীয়কৰ লাহিং লক্ষীবাৰীত সংঘটিত এক পথ দুৰ্ঘটনাত এজন যুৱকৰ শোকাবহ ভাৱে মৃত্যু হয় l জানিব পৰা মতে মটৰচাইকেলেৰে গৈ থকা অৱস্থাত হঠাৎ অহা উদঙীয়া গৰু খুন্দিয়াই কৰুণ ভাৱে