Month: January 2023

৫ জানুৱাৰীত ৰাজ্যিক জলসম্পদ মন্ত্ৰীসকলৰ সৰ্বভাৰতীয় সন্মিলন

৫ জানুৱাৰীত ৰাজ্যিক জলসম্পদ মন্ত্ৰীসকলৰ সৰ্বভাৰতীয় সন্মিলন

কেন্দ্রীয় জল শক্তি মন্ত্রালয়ে ৫ জানুৱাৰীত ৰাজ্যিক জল সম্পদ মন্ত্ৰীসকলৰ দুদিনীয়া সৰ্বভাৰতীয় সন্মিলনৰ আয়োজন কৰিছে। মধ্য প্ৰদেশৰ ৰাজধানী ভূপালত আয়োজিত এই সন্মিলনৰ মূল বিষয়বস্তু হৈছে ২০৪৭ চনৰ বাবে জল দৃষ্টিভংগী।

অসম গ্ৰন্থমেলাত গ্রন্থপ্রেমীৰ ভিৰ অব্যাহত

অসম গ্ৰন্থমেলাত গ্রন্থপ্রেমীৰ ভিৰ অব্যাহত

গুৱাহাটীৰ চানমাৰীত অনুষ্ঠিত হৈ থকা অসম গ্ৰন্থমেলাত নৱবৰ্ষৰ পহিলা দিনটোত কালি গ্রন্থপ্রেমী লোকে ভিৰ কৰা পৰিলক্ষিত হয়। দিনৰ ১০ বজাত প্ৰৱেশদ্বাৰ মুকলি হোৱাৰে পৰা নিশা পৰ্যন্ত গ্ৰন্থৰ সান্নিধ্য বিচাৰি শিক্ষাৰ্থী,

ৰঞ্জিত বৰা হত্যাকাণ্ডৰ সন্দৰ্ভত গঠন কৰা হ’ব বিশেষ গোট

ৰঞ্জিত বৰা হত্যাকাণ্ডৰ সন্দৰ্ভত গঠন কৰা হ’ব বিশেষ গোট

মহানগৰীত বিগত কে’বামাহ ধৰি অপৰাধীয়ে স্মাৰ্ট আৰক্ষীক এক প্ৰকাৰ চেলেন্স দি ইটোৰ পিছত সিটোকৈ নানান অপৰামূলত কাৰ্যকলাপ অব্যাহত ৰখাৰ মাজতে যোৱাবৰ্ষৰ শেষৰটো মাহত নতুন আৰক্ষী আয়ুক্তৰূপে যোগদান কৰা দিগন্ত বৰাই