Month: January 2023

যৌন সম্পৰ্কক লৈ সুখী নহয় নেকি? কি পৰামৰ্শ দিলে বিশেষজ্ঞই?

যৌন সম্পৰ্কক লৈ সুখী নহয় নেকি? কি পৰামৰ্শ দিলে বিশেষজ্ঞই?

যৌন সম্পৰ্ককলৈ সুখী নহয় নেকি? এনে সমস্যাৰ সন্মুখীন বহু দম্পত্তি হৈ আহিছে। কিন্তু লাজ বা সন্মানৰ বাবে এনেধৰণৰ কথাবোৰ আলোচনা কৰা নহয়। ফলত দিনকদিনে বাঢ়ি যায় এনেবোৰ সমস্যা। এইবাৰ বিশেষজ্ঞা পল্লৱী বৰ্নৱাললৈ এই সন্দৰ্ভত চিঠি লিখিছে এগৰাকী মহিলাই। চিঠিত মহিলাগৰাকীয়ে লিখে যে, ‘মই মোৰ স্বামীক কেনেকৈ কও- প্ৰতিদিনেই যে, তেওঁ

‘কৰ্তব্যৰ পথ’ত গণৰাজ্য দিৱস উদযাপন, ৰাজপথৰ নাম সলনি কৰাৰ পিছত প্ৰথম পেৰেড

‘কৰ্তব্যৰ পথ’ত গণৰাজ্য দিৱস উদযাপন, ৰাজপথৰ নাম সলনি কৰাৰ পিছত প্ৰথম পেৰেড

ভাৰতৰ গণতন্ত্ৰ দিৱস ‘কৰ্তব্যৰ পথ’ত উদযাপন কৰা হৈছে। কেইদিনমান আগতে ঐতিহাসিক পথটোৰ নাম সলনি কৰি ‘কৰ্তব্যৰ পথ’ কৰা হৈছিল। কেন্দ্ৰীয় ভিষ্টা আঁচনিৰ অধীনত দিল্লীৰ প্ৰশাসনিক অঞ্চলৰ পৰিৱৰ্তনৰ অংশ হৈছে ‘কৰ্তব্যৰ পথ’। গণতন্ত্ৰ দিৱসৰ দিনা বৃহস্পতিবাৰে পুৱা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হৈছে। ৰাজধানী দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন আৰু ইণ্ডিয়া গেটৰ মাজত দুই

৭৪সংখ্যক গণৰাজ্য দিৱসত দেশবাসীলৈ প্ৰধানমন্ত্ৰী মোদীৰ শুভেচ্ছা

৭৪সংখ্যক গণৰাজ্য দিৱসত দেশবাসীলৈ প্ৰধানমন্ত্ৰী মোদীৰ শুভেচ্ছা

দেশৰ ৭৪সংখ্যক গণৰাজ্য দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শুভেচ্ছা জনাইছে। মোদীয়ে কয় যে এইবাৰ গণৰাজ্য দিৱসৰ অনুষ্ঠান আৰু অধিক বিশেষ, কাৰণ দেশৰ স্বাধীনতাৰ “অমৃত মহোৎসৱ”ৰ সময়ত এই অনুষ্ঠানটো উদযাপন কৰা হৈছে। গণৰাজ্য দিৱসৰ শুভেচ্ছাৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰত সকলো ভাৰতীয়ক একতাৰ বাৰ্তাও প্ৰেৰণ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে আজি দিল্লীৰ কৰ্তব্য পথত

পত্নীক নৃশংসভাৱে হত্যা কৰি স্বামীৰ পলায়ন; হোটেলত উদ্ধাৰ মৃতদেহ!

পত্নীক নৃশংসভাৱে হত্যা কৰি স্বামীৰ পলায়ন; হোটেলত উদ্ধাৰ মৃতদেহ!

গণৰাজ্য দিৱসৰ প্ৰাক্ মুহূৰ্তত মহানগৰীত পুনৰ নৃশংস হত্যাকাণ্ড ৷ সদাব্যস্ত ফাঁচী বজাৰৰ মাজমজিয়াৰ ৰাজহংস হোটেলৰ কোঠাত তেজেৰে তুমৰলি হৈ থকা অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ ৷ মহিলাগৰাকী তাজলিমা খাতুন বুলি চিনাক্ত কৰা হৈছে ৷মহিলা গৰাকীক নিজ স্বামীয়ে নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উদ্থাপিত হৈছে ৷ প্ৰাপ্ত তথ্য মতে, ৰাজহংস হোটেলৰ তৃতীয় মহলাৰ ২০৬নং বন্ধ

ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কোৱা এই কথা আপুনিও জানি লওক

ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কোৱা এই কথা আপুনিও জানি লওক

এইটো প্ৰশ্ন প্ৰায় ব্যক্তিৰ মনলৈ আহে যে  ‘মইতো কাৰো একো অনিষ্ট কৰা নাই তেন্তে মোৰ লগতেই কিয় এনেকুৱা হল ? মইতো সদায় ধৰ্ম আৰু নীতি পালন কৰোঁ।  তাৰ পাছতো মোৰ লগত কিয় সদায় বেয়া হয়? এনেধৰণৰ বহুতো বিচাৰ অধিকাংশ লোকৰ মনলৈ আহে । এনেধৰণৰ বহুতো প্ৰশ্নৰ উত্তৰ ভগবান শ্ৰীকৃষ্ণই নিজেই