বিভিন্ন পৰিস্থিতিক মানি লৈ চুপ হৈ থকাক এক মহৎ গুণ বুলি কোৱা হয়। ভাৰতীয় শাস্ত্ৰ সমূহতো মৌনব্ৰতৰ যথেষ্ট গুৰুত্ব আছে ; লগতে জীৱনৰ কিছুমান সময়ত এই মৌনতা পালনৰ বাবে শাস্ত্ৰ সমূহত উপদেশ দিয়া আছে , কিয়নো একমাত্ৰ মৌনতাৰ ফলতে বহুত ডাঙৰ সমস্যা সহজতে সমাধান হয়। কিন্তু প্ৰশ্ন ইয়াতেই উৎপন্ন হয়
Month: January 2023
৫০০০ বছৰ পূৰ্বে ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ্ভাগৱত গীতাত মানুহৰ তিনিটা সৰ্বনাশৰ কাৰণ উল্লেখ কৰিছিল । আৰু সেই তিনিটা কাৰণ এটি সৰু ঘটনাৰ মাধ্যমৰে উল্লেখ কৰিব খোজা হৈছে। লগতে ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে এই তিনিটা কাৰণ যদি কাৰোবাৰ লগত থাকে তেনেহলে তেওঁৰ সৰ্বনাশ হ’বলৈ বেছি সময় নালাগে। প্ৰাচীন কালত এক ৰাজ পৰিয়ালত
বলিউডৰ মহাতাৰকা অভিনেতা সম্প্ৰতি তেওঁৰ মুক্তিৰ অপেক্ষাত থকা চলচ্চিত্র ‘পঠান’ৰ জৰিয়তে সংবাদ শিৰোনামাত আছে। ‘পঠান’ৰ জৰিয়তে শ্বাহৰুখে চাৰি বছৰৰ পাছত চিত্ৰগৃহত আত্মপ্রকাশ কৰিব। ইতিমধ্যে ‘পঠান’ৰ অগ্রিম বুকিং আৰম্ভ হৈছে। শ্বাহৰুখৰ এজন অনুৰাগীয়ে ‘পঠান’ দৰ্শনৰ বাবে এটা চিত্ৰগৃহৰ সকলোবোৰ টিকট অনলাইনযোগে বুক কৰিলে| শ্বাহৰুখৰ এইজন অনুৰাগীয়ে মুম্বাইত বাস কৰে আৰু তেওঁ মুম্বাইৰ গেইটি গেলেক্সি
বিজেপি নেত্ৰীৰ ভাতৃৰ বাসগৃহত জব্দ বৃহৎ পৰিমাণৰ পহু মাংস ৷ বৰপেটাৰ বিজেপি নেত্ৰী নমিতা পাটগিৰিৰ ভাতৃৰ সৰুভোগৰ সুমাৰঘাটৰ বাসগৃহত আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অৰ্তকিতে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ পহু মাংসৰ টোপোলা ৷ আটক কৰে বিজেপি নেত্ৰী গৰাকীৰ ভাতৃ ধৰ্মেন্দ্ৰ পাটগিৰি আৰু আন এজন যুৱক জ্যোতিষ দাস ৷ উল্লেখ্য যে , বিজেপি
সংযুক্ত মুক্তি বাহিনী স্বাধীনৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্তেইন ৰুমেল অসমৰ প্ৰেছ বিবৃতি ৷ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত বিদ্ৰোহী সংগঠনটোৰ প্ৰচাৰ বিভাগৰ সদস্য গৰাকীয়ে কয় যে,ইয়াৰ দ্বাৰা সমূহ সংবাদ মাধ্যমৰ লগতে থলগিৰি জনগণক জনোৱা হয় যে,যোৱা ইংৰাজী ১৯ জানুৱাৰীত ডি এ প্লাচ’নামৰ ব্যক্তিগত সংবাদ মাধ্যমটোত ‘সংযুক্ত মুক্তি বাহিনী,অসম ( স্বাধীন)সংগঠনৰ নামত যিটো বাতৰি সম্প্ৰচাৰ কৰা