Month: January 2023

চুলি সৰা বন্ধ কৰাৰ কেইটামান উপায়

চুলি সৰা বন্ধ কৰাৰ কেইটামান উপায়

বিভিন্ন দৰৱ ব্যৱহাৰ কৰিও চুলি সৰা সমস্যাৰ পৰা হাত সাৰিব পৰা নাযায়৷ এবাৰ চুলি সৰিবলৈ আৰম্ভ কৰিলে ই সহজে বন্ধ নহয়৷ চুলি পাতল হ’লে সৌন্দৰ্য হানি হোৱাৰ লগতে শাৰীৰিক সমস্যাৰ

ঔষধ নোখোৱাকৈও মাইগ্ৰেনৰ সমস্যাৰ পৰা উপশম পাব পাৰি

ঔষধ নোখোৱাকৈও মাইগ্ৰেনৰ সমস্যাৰ পৰা উপশম পাব পাৰি

আজিকালি প্ৰায় প্ৰতিটো পৰিয়ালৰ এজন সদস্যৰ হ’লেও মাইগ্ৰেনৰ সমস্যাত ভোগে৷ এই সমস্যা কিমান কষ্টকৰ কেৱল ভুক্তভোগীয়েহে জানে৷ এই সমস্যা যিমান জটিল তাৰ পৰা উপশম পোৱাটো তেনেই সহজ৷ ঔষধ খোৱাৰ পৰিৱৰ্তে

চিকিৎসকৰ ওচৰলৈ নোযোৱাকৈ দাঁতৰ যতন লোৱাৰ উপায়

চিকিৎসকৰ ওচৰলৈ নোযোৱাকৈ দাঁতৰ যতন লোৱাৰ উপায়

বেয়া খাদ্যাভ্যাসৰ কাৰণে আজিকালি দাঁত আৰু দাঁতৰ মাৰিৰ সমস্যাত বহুতকে ভোগা দেখা যায়৷ দাঁতৰ বিষ, ৰক্তপাত আৰু মুখৰ দুৰ্গন্ধৰ বাবে বহুতেই অস্বস্তিত পৰে৷ কিছুমানে আকৌ দাঁতৰ সমস্যাক গুৰুত্ব প্ৰদান নকৰে৷

নিদ্ৰাহীনতাই আনিব পাৰে গুৰুতৰ বিপদ

নিদ্ৰাহীনতাই আনিব পাৰে গুৰুতৰ বিপদ

এজন পূৰ্ণবয়স্ক লোকৰ বাবে প্ৰতিদিনে ৬ ঘণ্টা টোপনিৰ প্ৰয়োজন৷ কিন্তু অনিদ্ৰাত ভুগিলে টোপনি পাতলীয়া হোৱাৰ উপৰি কেতিয়াবা দুই-এঘণ্টাহে টোপনি আহিব পাৰে৷ অনিদ্ৰাই বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি কৰে৷ ব্যস্ততাপূৰ্ণ জীৱনৰ বাবেও

পুৱাই বাহী মুখে এগিলাচ পানী খালে উপকাৰ পাব

পুৱাই বাহী মুখে এগিলাচ পানী খালে উপকাৰ পাব

পানীয়েই জীৱন৷ পানী স্বাস্থ্যৰ মহৌষধ বুলি ক’লেও বঢ়াই কোৱা নহয়৷ অৱশ্যে পানী খোৱাও নিয়ম আছে৷ আপুনি যদি নিয়মমতে পানী খাই তেন্তে আপোনাৰ শৰীৰ সুস্থ থাকিব৷ বহুতেই নাজানে পানী কেতিয়া খাব