শৰীৰৰ আটাইতকৈ স্পৰ্শকাতৰ অংগ হৈছে চকুযুৰি৷ সেয়ে চকুৰ যতন লোৱাটো খুবেই দৰকাৰী৷ আজিকালি বেছিভাগ লোকেই দিনটোৰ অতিভাগ সময় কম্পিউটাৰ বা স্মাৰ্ট ফোনটোক লৈয়েই ব্যস্ত থাকে৷ কিন্তু ইয়াৰ জৰিয়তে যে চকুযুৰিৰ ক্ষতি হৈ আছে সেয়া বহুতেই নাজানে৷ এনে অৱস্থাত চকুযুৰি সুস্থ কৰি ৰাখিবলৈ বিশেষজ্ঞসকলে কেতবোৰ পৰামৰ্শ আগবঢ়াইছে– [১] প্ৰতিদিনে অন্ততঃ তিনি-চাৰিবাৰ
Month: January 2023
ভাৰতীয় সনাতন পৰম্পৰাত প্ৰতিটো বাৰৰ গুৰুত্ব আছে । সোমবাৰ ভগৱান শিৱৰ বাৰ, মঙ্গল বাৰ হনুমান ভগৱানৰ দিন , বুধবাৰ গণেশ দেৱতাৰ উপাসনাৰ দিন, বৃহস্পতি বাৰ গুৰু বৃহস্পতি আৰু ভগৱান বিষ্ণুৰ দিন, শুক্ৰবাৰ আদিশক্তি আৰু তেওঁৰ মা দূৰ্গা, মা কালী, মা লক্ষ্মী, দেৱী সৰস্বতী কে আদি কৰি বিভিন্ন ৰূপৰ দেৱী সকলৰ
গৰমত শৰীৰ শীতল কৰি ৰাখে তৰমুজে৷ সেয়ে তৰমুজ বহুতৰে প্ৰিয়৷ কিন্তু বহুতেই নাজানে যে তৰমুজৰ বীজৰো আছে সাংঘাতিক উপকাৰী গুণ৷ আজিৰ শিতানত তৰমুজৰ বীজ বা গুটিৰ পাঁচটা উপকাৰী গুণৰ বিষয়ে উল্লেখ কৰা হ’ল– [১] দেহত ভিটামিনৰ সৰবৰাহ কৰেঃ তৰমুজৰ বীজে মানৱ দেহত প্ৰয়োজনীয় ভিটামিনৰ সৰবৰাহ কৰে৷ এইবিধ ফলৰ বীজত বিভিন্ন
গ্ৰীষ্মকালত ছালৰ সৌন্দৰ্য অক্ষুণ্ণ ৰাখিবলৈ বহুতৰ বাবে কষ্টকৰ হয়৷ যাৰ বাবে ছাল সজীৱ আৰু সতেজ কৰি ৰাখিবলৈ বিভিন্নজনে বিভিন্ন পন্থা অৱলম্বন কৰে৷ তদুপৰি গ্ৰীষ্মকালত ছাল ‘হাইড্ৰেট’ কৰি ৰখাটো বহুতৰে প্ৰত্যাহ্বান হৈ পৰে৷ প্ৰচণ্ড ৰ’দত ছালত ক’লা দাগৰ সৃষ্টি হোৱাৰ লগতে ছালত অন্যান্য সমস্যাই দেখা দিয়ে৷ এনে অৱস্থাত বডী স্ক্ৰাবিঙৰ প্ৰয়োজনীয়তা
সনাতন ধৰ্ম অনুসৰি পূজা পাঠৰ লগত জড়িত অনেক উপদেশ দিয়া হৈছে। নিত্য কৰ্ম সন্দৰ্ভত শাস্ত্রত দৈনিক কৰ্মৰপৰা লৈ পূজন প্ৰণালী আৰু দেৱ দৰ্শনো নিৰ্দেশ দিয়া হৈছে। শাস্ত্রত কিছু নিৰ্দেশ দেৱ স্থানলৈ যাবলৈও বনোৱা হৈছে। কিছু নিৰ্দেশ সামান্য, যেনে, স্নান কৰিয়েই পূজা স্থানলৈ যোৱ, চাফ চিকুন হৈয়ে, মন্দিৰলৈ যোৱ, তথা সদায়ে