শনিবাৰে শণিদেৱৰ দিন হয়। শাস্ত্ৰ অনুসাৰি শণিদেৱ সূৰ্য্যৰ পুত্র হয়। আৰু ব্ৰহ্মাৰ আৰ্শীবাদত শণিদেৱৰ প্ৰভাৱ সূৰ্য্য দেৱতকৈ বহু গুণ বেছি। আমাৰ সকলোৰে ৰাশিতে সূৰ্য্য দেৱ ১মাহৰ বাবে,চন্দ্ৰমা ২মাহ ২দিনৰ বাবে, মংগল ডেৰ মাহৰ বাবে, বুধ ১মাহ, বৃহস্পতি ১৩মাহ আৰু গুৰু ১মাহৰ বাবে থাকে কিন্তু শণিদেৱ যিকোনো ৰাশিতে ২বছৰৰপৰা চাৰে সাত বছৰ
Month: January 2023
মনুষ্যই ভগৱানৰ দ্বাৰা সকলো শিক্ষা পায়।লগতে ভগৱানৰ বাহনেও আমাক বহুতো শিকায়। ১/ দেৱী দূৰ্গাৰ বাহন সিংহ। দেৱী দূৰ্গাই সিংহৰ ওপৰত বহি থাকে। আৰু সকলোৱে জানে যে, সিংহ সকলো জন্তুৰে ৰজা।ৰজাৰ শক্তি তথা দৃঢ়তা থকাৰ বৰ প্ৰয়োজন। সিংহই সদায়ে নিজৰ চিকাৰ নিজে কৰি খায় পচন্দ কৰিছিল।আৰু আমি সকলোৱে জানো যে কিবা
In a shocking incident, a minor girl aged about 16 years in Guwahati was gang-raped, filmed and then blackmailed on the day of ‘Uruka’ in the Barsapara area, Guwahati. Meanwhile, Guwahati Police have arrested two accused and the main mastermind behind the crime is still absconding. The two arrested have
মহানগৰীত পুনৰ নাবালিকাক বলাৎকাৰৰ ঘটনা ৷ উৰুকাৰ আনন্দ উছাহৰ মাজতে নিশা বৰ্ষাপাৰাত তিনি যুৱকে এগৰাকী নাবালিকাক উপৰ্যুপুৰি বলাৎকাৰৰ অভিযোগ উদ্থাপিত হৈছে ৷ উল্লেখ্য যে ধৰ্ষণকাৰী যুৱক তিনিজনে বলাৎকাৰৰ সমগ্ৰ দৃশ্য বন্দী কৰি ৰাখে ম’বাইলত । আনহাতে যুৱক কেইজনে ধৰ্ষণৰ কথা সদৰি কৰিলে ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি দিয়ে ভুক্তভোগী নাবালিকা
চকু অবিহনে মানুহৰ জীৱন অন্ধকাৰ হৈ পৰে, সেয়েহে যেতিয়াই কোনোবাই অনুভৱ কৰে যে তেওঁৰ দৃষ্টিশক্তি দুৰ্বল হ’বলৈ ধৰিছে বা অস্পষ্ট দেখা আৰম্ভ কৰিছে, তেতিয়া ইয়াৰ আঁৰত কিছুমান পুষ্টিকৰ উপাদানৰ অভাৱ হয়। ইয়াক লগে লগে প্ৰতিকাৰ নকৰিলে পিছত চশমা ল’বলৈ বাধ্য হ’ব লগা হয়। মানুহে দৈনন্দিন আহাৰত শক্তিশালী ভিটামিন, এণ্টিঅক্সিডেণ্ট আৰু