শোৱাৰ পৰা উঠি এগিলাচ গৰম পানী খাই দিনটো আৰম্ভ কৰে অনেকে । নিশা শোৱাৰ সময়ত সাত-আঠ ঘণ্টা পানী নোখোৱাৰ পাছত এই অভ্যাসে যে কেৱল তৃষ্ণা পূৰণ কৰে তেনে নহয় । ওজন কমোৱাত, খাদ্য হজম কৰাত, আনকি বৃক্কৰ কার্যকাৰিতা ৰক্ষা কৰাতো সহায় কৰে । বিশেষজ্ঞসকলৰ মতে, পুৱা খালি পেটত গৰম পানী
Month: January 2023
হাৰিয়ানাৰ ফতেহাবাদ জিলাৰ টোহানাৰ বাবা বালাকনাথ মন্দিৰৰ পুৰোহিত অমৰপুৰী ওৰফে জেলেবী বাবা ওৰফে বিল্লুক আদালতে দোষী সাব্যস্ত কৰিছে। দুদিন পিছত আদালতে জালেবী বাবাক শাস্তি প্ৰদান কৰিব। উল্লেখ্য যে জেলেবী বাবাৰ বিৰুদ্ধে ১২০ গৰাকী ভিন্ন মহিলাক ধৰ্ষণ কৰাৰ লগতে অশ্লীল ভিডিঅ’ নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। আৰক্ষীৰ অভিযানত ১২০ গৰাকী মহিলাৰ
বিশ্ব স্বাস্থ্য সংস্থাই উজবেকিস্তানত ভাৰতীয় কফচিৰাপ খাই ১৯টা শিশুৰ মৃত্যুৰ পাছত এই কফচিৰাপৰ ব্যৱহাৰৰ বিষয়ে সকীয়াই দিছে। যাৰ পাছতে WHO কৈছে যে নয়ডা ভিত্তিক কোম্পানী মেৰিয়ান বায়’টেকৰ দ্বাৰা নিৰ্মিত দুটা কফ চিৰাপ ব্যৱহাৰ কৰা উচিত নহয়। উজবেকিস্তান চৰকাৰে শিশুৰ মৃত্যুৰ বাবে নয়ডাস্থিত মেৰিয়ান বায়’টেকৰ কফ চিৰাপ ‘ডক-১ মেক্স’ক দোষাৰোপ কৰে।
মানুহৰ মুখতকৈ নাকৰ ওপৰত হোৱা ব্লেকহেডচে অত্যন্ত অস্বত্বিৰ সৃষ্টি কৰে । কিন্তু এই ব্লেকহেডচ আপুনি ঘৰুৱা উপায়েৰেও দূৰ কৰিব পাৰে । আচলতে আমাৰ নাকৰ ওপৰত থকা গ্ৰন্থিৰ পৰা এবিধ তেল নি:সৰণ হয় । য’ত ময়লা জমা হৈ এই ব্লেকহেডচৰ সৃষ্টি কৰে । তেনেক্ষেত্ৰত এই জমা হৈ থকা ময়লা পৰিষ্কাৰ কৰাটো
ৰন্ধনৰ উপাদান আৰু ঔষধ হিচাপে প্রায় পাঁচ হেজাৰ বছৰ আগৰে পৰাই আদা ব্যৱহাৰ হৈ আহিছে। আদাৰ ঔষধি গুণাগুণৰ বাবে বিশ্বৰ বহুল ব্যৱহৃত ভেষজসমূহৰ ভিতৰত ই অন্যতম। লগতে আদা আয়ুর্বেদিক সংস্কৃতি আৰু ঐতিহ্যৰ মাজত বিশুদ্ধ মছলা হিচাপেও বিবেচিত। কিন্তু যিকোনো কাৰ্যকৰী তথা শক্তিশালী ঔষধৰে পাৰ্শ্বপ্রতিক্রিয়া আছে, আৰু আদাও ইয়াৰ ব্যতিক্রম নহয়।