৯ মাৰ্চৰ পৰা শনিয়ে দেখুৱাব খেল! এই চাৰিটা ৰাশিৰ জাতক–জাতিকাৰ হাতলৈ আহিব টকা টকা আৰু টকা

1 min read
  •  জীৱনসংগীৰ উন্নতি হ’ব সহজতে। ব্যৱসায় সংক্ৰান্তীয় সমস্যাৰ সমাধান হ’ব। কোনো চুক্তি চূড়ান্ত হ’ব পাৰে। সুখ–সমৃদ্ধি বাঢ়িব জীৱনত।

  • ৯ মাৰ্চৰ পৰা শনিদেব সলনি কৰিছে দিশ। জ্যোতিষ শাস্ত্ৰ মতে শনিদেৱক কৰ্মফল দাতা আৰু আয়ু বৃদ্ধিকাৰক হিচাপে গণ্য কৰা হয়।
  • জ্যোতিষ আৰু বৈদিক শাস্ত্ৰমতে, শনিদেৱে যেতিয়াই দিশ সলনি কৰে তেতিয়াই তাৰ প্ৰভাৱ মানুহৰ ওপৰত পৰে।
  • আগন্তুক ৬ মাৰ্চত শনিদেৱ উদিত হ’ব কুম্ভ ৰাশিত আৰু ৯ মাৰ্চৰ পৰা চাৰিটা ৰাশিৰ লোকসকলৰ বাবে আহিব পাৰে ডাঙৰ খবৰ।
  • প্ৰচূৰ পৰিমাণৰ ধন লাভৰ যোগ তৈয়াৰ হ’ব পাৰে। ইয়াৰ ফলতে চাৰি ৰাশিৰ জাতক–জাতিকাসকলৰ জীৱনত উন্নতিৰ বন্যা ব’ব পাৰে।
  • বৃষ ৰাশিৰ জাতক–জাতিকাসকলৰ বাবে শনিৰ এই উদয়ে ডাঙৰ ভূমিকা গ্ৰহণ কৰিব পাৰে। কিয়নো বৃষৰ ভাগ্য আৰু কৰ্মৰ স্বামী শনিদেৱ।
  • সেইবাবেই ভাগ্য উজলি উঠিব। কৰ্মক্ষেত্ৰত বা ব্যৱসায়ত সফলতা আহিব পাৰে। কামত সফলতা আহিব। প্ৰতিটো সংকল্পই সিদ্ধি হ’ব।
  • আয় বৃদ্ধিৰ লগে লগে নতুন চাকৰিৰ সুযোগো আহিব, পিতৃৰ সৈতে সম্পৰ্ক আৰু মধুৰ হ’ব।
  •  শনিদেৱ উদিত হ’লে সিংহ ৰাশিৰ জাতক–জাতিকাৰ বাবে অত্যন্ত ভাল ফল আহিব। সিংহৰ সপ্তম ঘৰত শনি বিৰাজ কৰিব। বিবাহিত জীৱন সুখদায়ক হ’ব।
  •  জীৱনসংগীৰ উন্নতি হ’ব সহজতে। ব্যৱসায় সংক্ৰান্তীয় সমস্যাৰ সমাধান হ’ব। কোনো চুক্তি চূড়ান্ত হ’ব পাৰে। সুখ–সমৃদ্ধি বাঢ়িব জীৱনত।
  • শনিৰ উদয়ে তুলা ৰাশিৰ জাতক–জাতিকাৰ বাবে অত্যন্ত ডাঙৰ খবৰ লৈ আহিব পাৰে। অবিবাহিতসকলৰ বিয়াৰ প্ৰস্তাৱ আহিব পাৰে।
  • কৰ্মস্থলীত সফলতা লাভ কৰিব। যিসকলে সন্তান সুখৰ পৰা বঞ্চিত, এইবাৰ সেই আশাও পূৰণ হ’ব।
  •  নিবনুৱাসকলৰ নিয়োগৰ সন্ধান আহিব জীৱনলৈ। ৰাজনীতি আৰু ব্যৱসায়ত জড়িত মানুহৰ বাবে আহিব জীৱনৰ আটাইতকৈ ডাঙৰ খবৰ।
  • শনিদেৱৰ উদয়ে জীৱনলৈ ডাঙৰ সফলতা আনিব। কিয়নো শনিদেৱ কুষ্ঠিৰ দ্বিতীয় ঘৰত উদিত হ’ব। ৰৈ থকা সকলো কাম সম্পন্ন হ’ব। যিসকলৰ বিয়া হোৱা নাই তেওঁলোকৰ বিয়াৰ যোগ আহিব।
  •  ব্যৱসায়ীসকলৰ বাবে এই সময়ত আহিব পাৰে ডাঙৰ সময়, প্ৰচূৰ লাভ হ’ব। টকাই টকা হ’ব।
  • ওপৰোক্ত বিষয়বোৰ মানিবলৈ News18 অসমে বাধ্য নকৰায়, নিজৰ বিচাৰ বুদ্ধি প্ৰয়োগ কৰি বা বিশেষজ্ঞৰ পৰামৰ্শ লৈ সিদ্ধান্ত লওক।

You May Also Like

More From Author