মৰ্মন্তুদ-শোকাৱহ : শ্বিলঙত দুৰ্ঘটনাত বৰমাৰ ছয় ব্যক্তিৰ মৃত্যু

1 min read
  • বৰমাৰ ছেইন্ট জনচ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ফাদাৰৰ বাহন দুৰ্ঘটনাত পতিত।
  • শ্বিলঙৰ নংপোত সংঘটিত ভয়ানক দুৰ্ঘটনাত মৃত্যু ৬জনকৈ ব্যক্তিৰ।
  •  AS-26 B-7908 নম্বৰৰ বাহনেৰে বৰমাৰ পৰা শ্বিলঙলৈ গৈছিল ফাদাৰ সহিতে ৬জনকৈ ব্যক্তি।
  • বিদ্যালয়খনৰ ফাদাৰ মেথিউ দাস, হেড মিষ্ট্ৰেচ মিলগ্ৰীণ ডেণ্টেচ , শিক্ষক মাইৰণ ৰেঞ্জাৰ, চিষ্টাৰ ৱৰ্কাৰ প্ৰমিলা তিৰ্কী, চিষ্টাৰ ৰ’জি ননগ্ৰীণ আৰু গাড়ী চালক সঞ্জয় স্বৰ্গীয়াৰী নিহত ।
  • ঘটনাৰ খবৰ লাভ কৰাৰ পিছতেই শোকাকুল পৰিৱেশ বৰমাৰ ছেইন্ট জনচ হায়াৰ ছেকেণ্ডাৰী স্কুলত।

You May Also Like

More From Author