শ্বাহ আলমক এনকাউন্টাৰ! সকলো তথ্য য়াতে পাব।

1 min read

ৰঞ্জিত‌ বৰাৰ হত্যাকাণ্ডৰ‌ মাষ্টাৰ‌ মাইণ্ড আছিল শ্বাহ আলম।


মহানগৰীৰ সোনাপুৰত এনকাউন্টাৰ শ্বাহ আলমক ।


বৃহস্পতিবাৰে নিশা ১১.৩০ বজাত আৰক্ষীৰ বেহু ফালি পলায়ন কৰিছিল শ্বাহ আলম তালুকদাৰে।


বুকুত দুটাকৈ গুলী লাগিছে শ্বাহ আলমৰ।


পুৱা GMCH ত ভৰ্তি কৰোৱা হৈছিল যদিও মৃত ঘোষণা কৰে চিকিৎসকে।

You May Also Like

More From Author