মহানগৰীৰ ভঙাগড়ত নিশা এক পথ দুৰ্ঘটনা সংঘটিত হয়।দেওবাৰে নিশা সংঘটিত হয় এই পথ দুৰ্ঘটনাটো।ভঙাগড় উৰণ সেতুত ডাম্পাৰে মহটিয়াই নিলে এজন বাইক আৰোহীক। ফলত দুৰ্ঘটনাস্থলীতে নিহত হয় বাইক আৰোহী গৰাকী। দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ খনৰ নম্বৰ AS 01 MC 8919
ভঙাগড় উৰণ সেতুত ভয়ংকৰ পথ দুৰ্ঘটনা, ডাম্পাৰৰ খুন্দাত নিহত বাইক আৰোহী
Posted on by GTM Desk
![](https://guwahatitimes.com/wp-content/uploads/2023/03/Copy-of-guwahati-times-20-1.jpg)
1 min read
You May Also Like
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025
More From Author