Month: March 2023

ইছলাম ধৰ্মাৱলম্বী দেশত পোৱা গ’ল আটাইতকৈ প্ৰাচীন মন্দিৰ

ইছলাম ধৰ্মাৱলম্বী দেশত পোৱা গ’ল আটাইতকৈ প্ৰাচীন মন্দিৰ

ইছলাম ধৰ্মাৱলম্বী দেশ তুৰ্কীত এক ঐতিহাসিক তথা গুৰুত্বপূৰ্ণ বস্তু আৱিষ্কাৰ কৰা হৈছে। প্ৰত্নতাত্ত্বিকসকলে পূৱ তুৰ্কীৰ ভান জিলাত এটা প্ৰাচীন গুহা খনন কৰোঁতে এটা মন্দিৰ পাইছে। এই মন্দিৰৰ সম্পৰ্ক ৰজা মিনুৱাৰ সৈতে আছে বুলি জানিব পৰা গৈছে। ৰজা মিনুৱাৰ আন এটা মন্দিৰও ইয়াৰ পূর্বে পুৰাতত্ত্ববিদসকলে আৱিষ্কাৰ কৰিছিল। প্ৰকৃততে তুৰ্কীত প্ৰাচীন গুহাৰ

SEBAত ক’লা বজাৰ! ১৫০০ টকা দিলেই লাভ কৰে প্ৰশ্ন। কিদৰে হোৱাটছএপত বিক্ৰী হৈছিল  প্ৰশ্ন?

SEBAত ক’লা বজাৰ! ১৫০০ টকা দিলেই লাভ কৰে প্ৰশ্ন। কিদৰে হোৱাটছএপত বিক্ৰী হৈছিল প্ৰশ্ন?

SEBAত ক’লা বজাৰ। ১৫০০ টকা দিলেই লাভ কৰে প্ৰশ্ন। কিদৰে হোৱাটছএপত বিক্ৰী হৈছিল প্ৰশ্ন ? মেট্ৰিক পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্নকাকত ভাইৰেল হোৱাৰ পূৰ্বৰ এটা ভয়ংকৰ কল ৰেকৰ্ডিং । কেনেদৰে GOOGLE PAYৰ জৰিয়তে পৰীক্ষাৰ প্ৰশ্নকাকতৰ নামত চলিছিল টকাৰ লেন দেন ?  

শিলসাঁকোৰ উৰুখা পজাঁৰ পৰা বিলাসী বাহনেৰে নিকু আহিল USTMৰ অট্টালিকালৈ

শিলসাঁকোৰ উৰুখা পজাঁৰ পৰা বিলাসী বাহনেৰে নিকু আহিল USTMৰ অট্টালিকালৈ

  শিলসাঁকোৰ উৰুখা পজাঁৰ পৰা বিলাসী বাহনেৰে নিকু আহিল USTMৰ অট্টালিকালৈ। গাড়ীৰ পৰা নামিয়ে ক’লে– ”GOOD AFTERNOON”। কেন্দ্ৰীয় বিদ্যালয়ত পঢ়িব নিকুৱে। নতুন ঠিকনা পাই এতিয়া নিকুৰ মুখত হাঁহি।

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা দাবীত দুঘন্টীয়া অৱস্থান ধৰ্মঘট

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা দাবীত দুঘন্টীয়া অৱস্থান ধৰ্মঘট

ৰাভা হাচংৰ বাহিৰত বসবাস কৰা ৰাভা সকলৰ ‘ৰাভা উন্নয়ন পৰিষদ’ গঠন আৰু ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদ খন ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবীত নগাঁৱত সোমবাৰে অৱস্থান ধৰ্মঘটৰ কায্যসূচী ৰূপায়ন কৰে। ৰাভা হাচংৰ বাহিৰত থকা অসমৰ চৌদিশে সিঁচৰতি হৈ থকা তিনি লাখ পঞ্চাশ হাজাৰ ৰাভা সম্প্ৰদায়ৰ লোকসকলৰ অৰ্থ সামাজিক,