নগাঁৱত নগাঁও জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী। নগাঁও জিলা ছাত্ৰ সন্থায়ে জুমুঠি দাহ কৰিলে শিক্ষা মন্ত্ৰী ডঃ ৰনোজ পেগুৰ। শিক্ষা মন্ত্ৰী ডঃ ৰনোজ পেগু এগৰাকী ব্যৰ্থ মন্ত্ৰী/ তেওঁ অতিশীঘ্ৰে পদত্যাগ কৰিব লাগে। সোমবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্ন কাকত বাতিলক লৈ নগাঁও জিলা ছাত্ৰ সন্থাই গ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী।
Month: March 2023
নলবাৰীৰ বৰখানাজানাত শেহতীয়াকৈ সুৰাপানৰ বাবে বিবাহৰ দিনাই এখন বিয়া বাতিল হোৱা বিষয়ক লৈ বাদ-বিবাদ অব্যাহত আছে। দৰাই মদ্যপান কৰি মণ্ডপতে মাটিত শুই পৰাৰ পিছত কইনাৰ বিয়া বাতিল কৰে আৰু তাৰ পিছতে আৰম্ভ হয় চৰ্চা। দৰা আৰু দৰাৰ পৰিয়ালে এই দিশত ব্যক্ত কৰিছিল যে তেওঁ সুৰাপান কৰা নাছিল তেওঁৰ anxiety থকাৰ
ধিঙৰ ম’হখুঁটিত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা। সোমবাৰে সংঘটিত হয় এই পথ দুৰ্ঘটনা। তীব্রবেগী ডাম্পাৰে মহটিয়াই নিয়ে এজন বাইক আৰোহীক। যাৰ ফলতে থিতাতে নিহত হয় বাইক আৰোহী গৰাকী। থিতাতে নিহত ম’হখুঁটিৰ বাবুল হক নামৰ লোকজন। দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন ডাম্পাৰসহ চালকৰ। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।
মহিলাৰ সুৰক্ষাৰ প্ৰসাৰৰ বাবে অসমৰ নগাঁও আৰক্ষীৰ মহিলা কোষে যোৱা ৯ মাৰ্চত গোলাপী ৰঙৰ আৰক্ষী টহলদাৰী বাহন আৰম্ভ কৰে। এই পদক্ষেপৰ লক্ষ্য হৈছে নিৰ্যাতন, হাৰাশাস্তিৰ বলি হোৱা মহিলা আৰু শিশুসকলৰ বাবে আৰামদায়ক আৰু নিৰাপদ পৰিৱেশ গঢ়ি তোলা। নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা ড’লেই যোৱা ১০ মাৰ্চত মুকলি কৰা এই বিশেষ বাহনখন
যোৰহাটত এক জঘন্য কাণ্ড চৰ্চালৈ আহিছে, য’ত এগৰাকী গৰ্ভৱতী মহিলা আৰু তেওঁৰ পৰিয়ালৰ লোকক মদ্যপান কৰা যুৱকৰ দলে নিৰ্দয়ভাৱে আক্ৰমণ কৰে। খবৰ অনুসৰি, দেশজুৰি হোলী উদযাপনৰ মাজতে ৮ মাৰ্চৰ গভীৰ নিশা সংঘটিত হয় এই ঘটনা। বাহিৰত হোলী উদযাপন কৰি যোৰহাটৰ নিজৰ এপাৰ্টমেণ্টলৈ উভতি আহি থকা অৱস্থাত দোষীক তেওঁলোকৰ গেটত উদ্ধাৰ