নগাঁৱত নগাঁও জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী।

0 min read

নগাঁৱত নগাঁও জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী।

নগাঁও জিলা ছাত্ৰ সন্থায়ে জুমুঠি দাহ কৰিলে শিক্ষা মন্ত্ৰী ডঃ ৰনোজ পেগুৰ।

শিক্ষা মন্ত্ৰী ডঃ ৰনোজ পেগু এগৰাকী ব্যৰ্থ মন্ত্ৰী/ তেওঁ অতিশীঘ্ৰে পদত্যাগ কৰিব লাগে।

সোমবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্ন কাকত বাতিলক লৈ নগাঁও জিলা ছাত্ৰ সন্থাই গ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী।

আনহাতে ছাত্ৰ সন্থাৰ প্ৰতিবাদী স্থলীত এগৰাকী পৰীক্ষাৰ্থীৰ অভিভাৱকেও শিক্ষা মন্ত্ৰী গৰাকীৰ পদত্যাগৰ দাবী তুলিলে।

অভিভাৱক গৰাকীৰ মতেও তেওঁ এগৰাকী ব্যৰ্থ শিক্ষা মন্ত্ৰী।

বহু কষ্টৰে নিজ সন্তানক পঢ়ুৱাইছে/ কিন্তু আজি প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাবে সন্তানে পৰীক্ষা দিব নোৱাৰিলে।

সেৱাত বহু বেমেজালি/ এনেকুৱা সেৱা থাকিব নালাগে বুলিও কলে অভিভাৱক গৰাকীয়ে।

You May Also Like

More From Author