Month: March 2023

চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী ক্ৰিকেটৰ ছেমি ফাইনেলত প্ৰাগ, এন ডি ২৪, প্ৰতিদিন, দূৰদৰ্শন

চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী ক্ৰিকেটৰ ছেমি ফাইনেলত প্ৰাগ, এন ডি ২৪, প্ৰতিদিন, দূৰদৰ্শন

এভাৰগ্ৰীণ গ্ৰুপৰ দ্বাৰা আয়োজিত চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী টি – টুৱেণ্টী ক্ৰিকেটত প্ৰাগ নিউজ, এন ডি ২৪, অসমীয়া প্ৰতিদিন গ্ৰুপ আৰু দূৰদৰ্শন, অসমে ছেমি ফাইনেলত উপনীত হৈছে। ২৮ মাৰ্চ, মঙলবাৰে অন্তিম দিনাৰ লীগৰ প্ৰথম মেচত শিলচৰ প্ৰেছ ক্লাবে ৬ উইকেটত পৰাস্ত কৰে জি এল পাব্লিকেচনক। গুৱাহাটীৰ জজ ফিল্ডত

বিহু সন্মিলনীবোৰে ৭০- ৮০ টকীয়া বাহিৰৰ গামোচাৰ বিপৰীতে ২৫০- ৩০০ টকাত অসমীয়া শিপিনীৰ গামোচা দিবলৈ আৰম্ভ কৰক: শ্যামকানু মহন্ত

বিহু সন্মিলনীবোৰে ৭০- ৮০ টকীয়া বাহিৰৰ গামোচাৰ বিপৰীতে ২৫০- ৩০০ টকাত অসমীয়া শিপিনীৰ গামোচা দিবলৈ আৰম্ভ কৰক: শ্যামকানু মহন্ত

ৰাজ্যৰ ” বিহু সন্মিলনীবোৰে ৭০- ৮০ টকীয়া বাহিৰৰ গামোচাৰ বিপৰীতে ২৫০-৩০০ টকাত অসমীয়া শিপিনীৰ গামোচা দিবলৈ আৰম্ভ কৰক – ” শ্যামকানু মহন্ত। অসমত অসমীয়াৰ স্বভিমান গামোচা খন অসমতে এলাগী কৰি বিদেশী গামোচাৰে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুত অতিথিক সম্ভাষণ জনোৱা উচিত নহয় বুলি মন্তব্য প্ৰকাশ কৰিছে ৰঙালী বিহু সন্মিলনৰ মুখ্য

৩০ মাৰ্চত ৰাম নৱমী; ৩ ৰাশিৰ জাতক-জাতিকাৰ উজ্জ্বলিব ভাগ্য!

৩০ মাৰ্চত ৰাম নৱমী; ৩ ৰাশিৰ জাতক-জাতিকাৰ উজ্জ্বলিব ভাগ্য!

সনাতন ধৰ্মত বহুতো দেৱতাক পূজা কৰা হয়, সকলোৰে নিজস্ব বিশেষ স্থান আছে। পুৰুষোত্তম নামেৰে পৰিচিত ভগৱান ৰামক পূজা কৰাৰ বাবে ৰাম নৱমীক সৰ্বোত্তম দিন বুলি গণ্য কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি ৰাম নৱমীৰ দিনা ভগৱান ৰামৰ জন্ম হৈছিল। হিন্দু পঞ্জিকা অনুসৰি চ’ত মাহৰ শুক্ল পক্ষৰ নৱমী তিথিত ৰাম নৱমী পালন

বাস্তু শাস্ত্ৰৰ মতে, এই ৩ টা বস্তু কেতিয়াও ঘৰত মাটিত নাৰাখিব, যদি ৰখা হয় ডাঙৰ বিপদ হ’ব পাৰে …

বাস্তু শাস্ত্ৰৰ মতে, এই ৩ টা বস্তু কেতিয়াও ঘৰত মাটিত নাৰাখিব, যদি ৰখা হয় ডাঙৰ বিপদ হ’ব পাৰে …

জীৱনত হাজাৰ হাজাৰ সমস্যা? কৰ্মক্ষেত্ৰত অস্থিৰতা, পাৰিবাৰিক অস্থিৰতা, সৰ্বোপৰি, আৰ্থিক অভাৱৰ বাবে মানসিক অস্থিৰতা? বাস্তু শাস্ত্ৰৰ মতে, ঘৰৰ এই তিনিটা বস্তু কেতিয়াও মাটি স্পৰ্শ কৰিব নালাগে … শংখ কেতিয়াও মাটিত নাৰাখিব, জীৱনটো অস্থিৰতাৰে ভৰি পৰিব। অভাৱে পিছ নেৰিব। কোনো ধৰণে চাকি মাটিত নাৰাখিব, জীৱন এক বিত্তীয় সংকটত পৰিণত হ’ব। যেতিয়া

মৰাণত ভয়ংকৰ অগ্নিকাণ্ড , কেবাটাও পৰিয়ালৰ সা – সম্পতি ভস্মীভূত

মৰাণত ভয়ংকৰ অগ্নিকাণ্ড , কেবাটাও পৰিয়ালৰ সা – সম্পতি ভস্মীভূত

চৰাইদেউ জিলা অন্তৰ্গত মৰাণ নগৰৰ বিষ্ণুপুৰত আজি বিয়লি প্ৰায় দুই বাজি ৩০ মিনিটত হোৱা এটি অগ্নিকাণ্ড ঘটনাই কেবাটাও পৰিয়ালক গৃহহীন কৰি পেলায় । লগতেতথ্য অনুসৰি বিজয় টিৱাৰী নামৰ লোক জনৰ ঘৰৰ লগতে ভাৰাঘৰত ভাৰাতীয়া হিচাপে আছিল ছয়টা পৰিয়াল । আজি হঠাৎ হোৱা অগ্নিকাণ্ডত ভাৰাতীয়া সকলৰ লগতে টিৱাৰী পৰিয়ালৰো সকলো সম্পতি