জয়পুৰৰ ৰাজপথত বাইকৰ তেলৰ টেংকত বহাই ৰোমাঞ্চ কৰা প্ৰেমিক দম্পতীৰ ভিডিঅ’ ভাইৰেল হৈ পৰে। এই সন্দৰ্ভত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে। জয়পুৰৰ যান-বাহন আৰক্ষীয়ে অসাৱধান যুৱকজনক চিনাক্ত কৰি তেওঁৰ বাইকখন জব্দ কৰিছে। ইয়াৰ সমান্তৰালকৈ যান-বাহন নিয়ম উলংঘা কৰাৰ বাবেও পাঁচ হাজাৰ টকাৰ চালান কাটিছে। জয়পুৰ যান-বাহন আৰক্ষীয়ে ভাইৰেল ভিডিঅ’ৰ ভিত্তিত বাইক
Month: March 2023
শুকুৰবাৰৰ দিনটো কোন জাতক-জাতিকাৰ বাবে শুভ, চাওত ৰাশিফলত চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি ভাৰতীয় ৰাশিফল গণনা কৰা হয়। জন্মদিন অনুসৰি জাতক-জাতিকাৰ ৰাশিফলে আজিৰ দিনটোৰ বাবে কি নিৰ্ধাৰণ কৰিছে, জানি লওক। মেষ ৰাশিঃ ২১ মাৰ্চৰ পৰা ১৯ এপ্ৰিললৈ- সমমানসিকতাৰ মানুহৰ সৈতে অংশীদাৰিত্বলৈ যোৱাটো লাভজনক হ’ব পাৰে। নিজৰ সিদ্ধান্ত নিজে ল’ব লাগিব।
ৰাজ্যত অব্যাহত আছে পশুধনৰ চোৰাং বেহা ৷ বৃহস্পতিবাৰে পুৱতি নিশা নগাঁও বাইপাছত আৰক্ষীয়ে পুনৰ জব্দ কৰে চোৰাংকৈ গৰু সৰবৰাহ কৰা এখন ট্ৰাক ৷ নুমলীগড়ৰ পৰা যোৰাবাটৰ অভিমুখে অহা ট্ৰাকখনৰ পৰা উদ্ধাৰ কৰিছে ২০ টাকৈ অধিক পশুধন ৷ নগাঁৱৰ বৰঘাট আৰক্ষীয়ে জব্দ কৰা ট্ৰাকখনৰ চালক-হেণ্ডিমেন চৰকাৰ আলী আৰু আজান আলীক আটক
গাড়ীৰ গৰাকীৰ অভিযোগৰ ভিত্তিত হোজাই আৰক্ষীৰ সহযোগত ডিমাপুৰ অভিমূখে গৈ থকা অৱস্থাত বকলীয়াত নগাঁও আৰক্ষীয়ে আটক কৰে গাড়ীখনৰ চালক ৰূপী চুৰটোক। গাড়ীৰ নাম্বাৰ সলনি কৰি ধৃত ৰাজিবুলে ডিমাপুৰলৈ গাড়ীখন লৈ যাব চেষ্টা কৰোঁতেই হাতে লুটে আটক কৰে আৰক্ষীয়ে। উল্লেখ্য ধৃত ৰাজিবুলে প্ৰকৃত ঘৰ ডিমাপুৰত। ঘটনা সন্দৰ্ভত নগাঁৱত আজি প্ৰতিক্ৰিয়া নগাঁও
উচ্ছেদ নহয় জিঞ্জাৰ হোটেল! এপ্ৰিলৰ পৰা আৰম্ভ হ’ব মেৰামতিৰ কাম। উচ্ছেদক লৈ চৰকাৰে মিছা মাতিলে নেকি?