স্বামী-শাহুৰ পিছত কোন কোন টার্গেট আছিল বন্দনাৰ। এগৰাকী মহিলা হিচাপে কেনেদৰে নামি পৰিছিল অপৰাধ কাণ্ডত। বন্দনা কাণ্ডৰ তদন্তত কি কি সমস্যাৰ সন্মুখিন হৈছিল আৰক্ষী। বন্দনাক কেনেদৰে জেৰা চলাইছিল আৰক্ষীয়ে। মহিলা আৰক্ষী তৃষ্ণা নাথৰ শিহৰণকাৰী বৰ্ণনা।
Month: March 2023
‘ধাৰৰ পইছাৰে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত বিহুক স্থান দিব চৰকাৰে। ১০০ কোটি টকা খৰচ কৰি নাচনীক বিহু নচুৱাব চৰকাৰে’। চৰকাৰক সমালোচনা বিধায়ক অখিল গগৈৰ ।
উপায়ুক্তৰ স্বাক্ষৰ থকা চৰাইদেউ জিলা প্ৰশাসনৰ বাৰেপাচি ভুলেৰে এখন জাননী। পত্ৰখনক লৈ বিভিন্ন মহলত ব্যাপক প্ৰতিক্ৰিয়া। পৰম্পৰা ৰক্ষাৰ চেষ্টা চলাবলৈ গৈ ভাষাৰ শ্ৰাদ্ধ পাতিলে কোনে?
হস্তমৈথুন হৈছে ব্যক্তিগত পছন্দ যিটো বিশেষজ্ঞসকলে মানসিক চাপ হ্ৰাস কৰা আৰু অন্যান্য স্বাস্থ্যজনিত কাৰকসমূহ বৃদ্ধি কৰাত সহায়ক বুলি কয়। কিন্তু আপুনি জানেনে যে সঘনাই স্খলন কৰিলেও পুৰুষৰ প্ৰষ্টেট কেন্সাৰ হোৱাত বাধা দিব পাৰি? হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ে কৰা গৱেষণাত ইয়াৰ প্ৰমাণ পোৱা গৈছে। ২০১৬ চনত ইউৰোপিয়ান ইউৰ’লজী আলোচনীত প্ৰকাশিত এই গৱেষণাৰ পৰা
সমগ্ৰ বিশ্বতে ৮ মাৰ্চৰ দিনটোত আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰা হয়। নাৰীৰ প্ৰতি সন্মান, নাৰী সৱলীকৰন, নাৰীৰ শৈক্ষিক, আৰ্থিক, ৰাজনৈতিক, সামাজিক আদিকে ধৰি সমগ্ৰ দিশত শক্তিশালী ৰূপে গঢ়ি তোলাৰ উদ্দেশ্যে আজি সমগ্ৰ বিশ্বতে পালন কৰা হয় নাৰী দিৱস। আজি নাৰীদিৱসৰ সংগতি ৰাখি বিভিন্ন স্থানত নাৰী দিৱস উদযাপন কৰা হৈছে।