Month: March 2023

কিয় প্ৰথমে পূজা কৰা হয় ভগৱান শ্ৰী গণেশক

কিয় প্ৰথমে পূজা কৰা হয় ভগৱান শ্ৰী গণেশক

ভগৱান শ্ৰী গণেশক-হিন্দু ধৰ্মৰ প্ৰথম পূজ্য দেৱতা হিচাপে গণ্য কৰা হয়।কোনো পূজা বা শুভ কাম কৰাৰ আগতে প্ৰথমে ভগৱান গণেশক পূজা কৰা হয়।( Religious Studies) ভগৱান গণেশক পূজা নকৰাকৈ কোনো কাম সম্পন্ন কৰিব নোঁৱাৰি বুলি বিশ্বাস কৰা হয়।কিন্তু সকলো দেৱ-দেৱীৰ ভিতৰত গণেশকেই কিয় প্ৰথম পূজ্য দেৱতা বুলি গণ্য কৰা হয়!

দ্বিতীয় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ললে NPP মুৰব্বী কনৰাড ছাংমাই।

দ্বিতীয় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ললে NPP মুৰব্বী কনৰাড ছাংমাই।

মেঘালয়ৰ নতুন চৰকাৰৰ শপত গ্ৰহণ। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে কনৰাড ছাংমাই । শ্বিলঙৰ ৰাজভৱনত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাও  উপস্থিত আছে অনুষ্ঠানত। কনৰাড চাংমাৰ  মন্ত্ৰীসভাত স্থান লাভ কৰিছে বিজেপিৰ পন্থৰমখ্ৰা

আজিৰ ৰাশিফল জানোঁ আহক: ৭ মাৰ্চৰ ৰাশিফল

আজিৰ ৰাশিফল জানোঁ আহক: ৭ মাৰ্চৰ ৰাশিফল

মেষ: মনৰ অসন্তুষ্টি লাহে লাহে আঁতৰি যাব। আপোনাৰ সপোন বাস্তৱায়িত কৰা সম্ভৱ হ’ব। বৃষ: জীৱনত বহুতো উত্থান-পতন আৰম্ভ হৈছে। অৱশ্যে, যদি আশাবাদী মনোভাৱ বজাই ৰখা হয়, তেন্তে সকলোবোৰ সোনকালেই অতিক্ৰম কৰিব পাৰিব। মিথুন: আপুনি আপোনাৰ জীৱনৰ নিয়ন্ত্ৰণ ঘূৰাই অনা প্ৰয়োজন। অৱশ্যে, মনত ৰাখিব যে আপোনাৰ নিজৰ সিদ্ধান্তই যাতে আনক আঘাত নকৰে। কৰ্কট: দীঘলীয়া সময়ৰ

আজিৰে পৰা ফাকুৱা উৎসৱ

আজিৰে পৰা ফাকুৱা উৎসৱ

আজি দৌলপূৰ্ণিমা, দৌলযাত্ৰা উৎসৱ আৰম্ভ। দৌলপূর্ণিমা তিথিক ফাল্গুনী পূর্ণিমা বুলিও কোৱা হয়। ৰং খেলাৰ উপৰিও, এই উৎসৱৰ অন্যান্য গুৰুত্বপূৰ্ণ দিশবোৰ হৈছে দৌলপূৰ্ণিমা তিথিত বৈষ্ণৱসকলৰ মতে ৰাধা আৰু শ্ৰীকৃষ্ণৰ উপাসনা। দৌলপূর্ণিমা তিথিক ফাল্গুনী পূর্ণিমা বুলিও কোৱা হয়। পঞ্জিকা অনুসৰি জানক দৌলপূর্ণিমাৰ সময়৷ দৌলপূর্ণিমা আৰম্ভ হৈছে সোমবাৰ, ৬ মার্চৰ আবেলি ৪.১৭ মিনিটত৷

সৰুৰে পৰা বহুত কষ্টৰ মাজতে মা- দেউতাই ডাঙৰ কৰিছে… কৰিশ্মাৰ আবেগিক পোষ্ট

সৰুৰে পৰা বহুত কষ্টৰ মাজতে মা- দেউতাই ডাঙৰ কৰিছে… কৰিশ্মাৰ আবেগিক পোষ্ট

সমালোচনা–প্ৰশংসাৰ মাজতে কৰিশ্মাই পৰিৱেশন কৰি গৈছে নাগাৰা নাম। ইতিমধ্যে কৰিশ্মাই বিভিন্ন সংবাদ মাধ্যমত নিজৰ মত প্ৰকাশ কৰিছে। সমালোচনাৰো প্ৰত্যুত্তৰ দিছে উদীয়মান নাগাৰা নামৰ শিল্পীগৰাকীয়ে। সমালোচনাবোৰ একাষৰীয়া কৰি ভাল উপদেশবোৰ লগত লৈ আগবাঢ়ি যাব বুলি প্ৰকাশ কৰিছে কৰিশ্মাই। শেহতীয়াকৈ কৰিশ্মাই ছচিয়েল মিডিয়াযোগে এটা পোষ্ট কৰিছে। ৰাইজলৈ হোলীৰ শুভেচ্ছা জনাই লিখা পোষ্টটোত