Month: March 2023

গুৰুজনাৰ জন্মধাম নগাঁৱৰ বটদ্রৱাত শ্রীশ্রী কৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱ,সোমবাৰে গন্ধ উৎসৱ

গুৰুজনাৰ জন্মধাম নগাঁৱৰ বটদ্রৱাত শ্রীশ্রী কৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱ,সোমবাৰে গন্ধ উৎসৱ

নিউজ ব্যুৰ’,নগাঁও,৫ মাৰ্চ:– ঋতুৰাজ বসন্তৰ আগমণ ঘটাৰ লগে লগে প্রকৃতিয়ে যেন নতুন ৰূপ ধাৰণ কৰে । বসন্ত কালত পালন কৰা উৎসৱসমূহৰ ভিতৰত দৌল যাত্রা উৎসৱ অন্যতম । জগত গুৰু শ্রী শ্ৰী শংকৰদেৱে নগাঁও জিলাৰ বটদ্রৱাত পোন প্রথমবাৰৰ বাবে দৌল উৎসৱ পাতিছিল,সেই ঐতিহ্যক সৰোগত কৰি মহা আড়ম্বৰপূৰ্ণভাৱে প্রতি বছৰে দৌল উৎসৱ

কৰিশ্মা নাথক ক্ষমা খোজাৰ দাবী সদৌ অসম নাগাৰা সংঘৰ

কৰিশ্মা নাথক ক্ষমা খোজাৰ দাবী সদৌ অসম নাগাৰা সংঘৰ

পুনৰ চৰ্চাত সামাজিক মাধ্যমত জনপ্ৰিয় হোৱা নাগাৰা নামৰ শিল্পী ছিপাঝাৰৰ কৰিশ্মা নাথ। ছিপাঝাৰত সংবাদ মেল পাতি কৰিশ্মা নাথৰ লগতে সাংবাদিক, ইউটিবাৰক উভতি ধৰিলে সদৌ অসম নাগাৰা নাম সংঘই। “নাগাৰা নাম সংঘ ভোজ খোৱা সংঘ নেকি?” কৰিশ্মা নাথৰ এই কথাত ক্ষোভিত হৈছে সদৌ অসম নাগাৰা সংঘ। শীঘ্ৰে ক্ষমা খোজাৰ দাবী জনাইছে

বিজেপিৰ নেতা বিজয় পাঠকক আক্ৰমণ কৰি আৰক্ষীৰ জালত দুই কটনিয়ান

বিজেপিৰ নেতা বিজয় পাঠকক আক্ৰমণ কৰি আৰক্ষীৰ জালত দুই কটনিয়ান

গুৱাহাটী ৰে’ল ষ্টেচনৰ সমীপত শনিবাৰে দুৰ্বৃত্তই বিজয় পাঠক নামৰ এজন লোকক আক্ৰমণ কৰিছিল। এই ঘটনাত লিপ্ত কটন বিশ্ববিদ্যলয়ৰ দুই ছাত্ৰ ঋষিকেশ দাস আৰু মৃগাংক কাশ্যাপক বিজেপি নেতাক আক্ৰমণ কৰাৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। পানবজাৰ আৰক্ষীয়ে দুয়ো অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। বৰ্তমান মানস কমল নামৰ ছাত্ৰজনক আৰক্ষীয়ে ঘটনা সন্দৰ্ভত সোধপোচ অব্যহত ৰাখিছে।

স্বৰ্গ পোৱা মানে মুক্তি পোৱা নহয়

স্বৰ্গ পোৱা মানে মুক্তি পোৱা নহয়

মৰি গলেই যে মুক্তি পাব , তেনেকুৱা কথা নাই । দৈনিক যিমান মানুহৰ মৃত্যু হয় , তাৰ ১০০০ জনৰ এজনৰো চাগে মুক্তি নহয় । ( Religious Studies ) কৰ্ম অনুসৰি ব্যক্তিৰ পুনৰজন্ম হয় । ইচ্চা আতাইতকৈ ডাঙৰ বস্তু । জীৱনৰ শেষ সময়ৰ যি ইচ্চা থাকি যায় , সেই ইচ্চা অনুসৰিয়েই