মৃতদেহ জ্বলোৱাৰ সময়ত-কিয় কৰা হয়-চিতাৰ পৰিক্ৰমা!মৃতদেহক অগ্নি দিয়াৰ পাছত-কিয় পাছলৈ ঘূৰি চাব নালাগে! ( Religious Studies) গৰুড় পুৰাণত-মৃত্যুৰ লগত সম্বন্ধিত-প্ৰশ্নৰ উত্তৰ দিয়া হৈছে। *মৃত্যু জীৱনৰ সত্য হয়।যাক কোনেও আঁতৰাব নোঁৱাৰে।যেতিয়া কোনো জীৱই কোনো শৰীৰ ধাৰণ কৰি-এই পৃথিৱীলৈ আহে,সেই সময়তে সেই জীৱই-নিজৰ লগত মৃত্যু তিথি আৰু সময় লৈ আনে।যিটো সেই জীৱৰ
Month: March 2023
শিলসাঁকো উচ্ছেদে স্পষ্ট কৰিলে যে ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ উচ্ছেদতো দুটা নীতি খিলঞ্জীয়াৰ বাবে এটা আৰু বাংলাদেশী বেদখলকাৰীৰ বাবে আন এটা নীতি। দীৰ্ঘদিন ধৰি বসবাস কৰা খিলঞ্জীয়া ৰাইজক ক্ষতিপূৰণ বা বিকল্প ভূমি আবন্টনৰ ক’তো কোনোধৰণৰ উল্লেখ নাই, যত নেকি বাংলাদেশী বেদখলকাৰীক ক্ষতিপূৰণ,সংস্থাপন ইত্যাদি সকলো সুবিধা প্ৰদান কৰা হৈছে।আনকি
নিউজ ব্যুৰ’,নগাঁও,৩মাৰ্চ:–দুলাল চন্দ্ৰ গোস্বামী ন্যাস আৰু আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষ,নগাঁও কলেজ(অট’নমাচ)ৰ উদ্যোগত “দুলাল চন্দ্ৰ গোস্বামী স্মাৰক গৱেষণা প্ৰদান” অনুষ্ঠানটি শুক্ৰবাৰে অনুষ্ঠিত হৈ যায় । নগাঁও কলেজৰ অধ্যক্ষ ড° শৰৎ বৰকটকীয়ে সভাপতিত্ব কৰা বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি ৰূপে ড° বি বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠানৰ প্ৰাক্তন সঞ্চালক তথা বিশিষ্ট কৰ্কট ৰোগ
বিশ্বৰ ভিতৰত আটাইতকৈ সন্মানীয় চাৰিটা ফেশ্বন উইকৰ ভিতৰত অন্যতম পেৰিছ ফেশ্বন উইক, ২০২৩ ত ব্যাপক সমাদৰ লাভ ভাৰতীয় ফেশ্বন ডিজাইনাৰ অসমকন্যা সংযুক্তা দত্তৰ নৱতম ফেশ্বন সম্ভাৰৰ শ্ব’ “চিকি-মিকি”ৰ। ৩ মাৰ্চৰ সন্ধিয়াটিৰ কিছু সময় পেৰিছৰ লে চেলুন ডেছ মিৰ’ইৰছৰ ৰেম্পত সমুজ্জল হৈ পৰিল সংযুক্তা দত্তৰ ফেশ্বনৰ যাদুকৰী সৃষ্টিৰ প্ৰদৰ্শনেৰে। পেৰিচত প্ৰদৰ্শিত
ভাৰতীয় মতে ৰাশিফল গণনা কৰা হয় চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। কিন্তু ইংৰাজীত এইক্ষেত্ৰত প্ৰাধান্য দিয়া হয় সূৰ্যক। সেয়ে ইংৰাজীত ৰাশিক কোৱা হয় ছান ছাইন। মেষ : নানা ধৰণৰ সুযোগ আহিব পাৰে। সেইবোৰ সদ্ব্যৱহাৰ কৰা প্ৰয়োজন। নিজৰ প্ৰবৃত্তিৰ কথা শুনিব পাৰে। বৃষ : কোনো অশান্তিত বিব্ৰত হ’ব পাৰে। ধৈৰ্য ধৰি