ৰাজ্যত বাল্যবিবাহৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হোৱাৰ সময়তো বাৰে বাৰে মহিলাৰ বিৰুদ্ধে অপৰাধ তুংগত উঠিছে। যৌন নিৰ্যাতন আৰু ধৰ্ষণৰ গোচৰবোৰ সদায়ে বাতৰিৰ শিৰোনাম দখল কৰিছে। ঘটনা অনুসৰি ভতিজাক কোনো কামৰ বাবে ৰাজ্যৰ বাহিৰত থকাৰ সুবিধা লৈ এজন খুড়া শহুৰেকে নিজৰ ভতিজাৰ পত্নীক ধৰ্ষণ কৰাৰ চেষ্টা কৰা বুলি অভিযোগ উঠিছে। এই ঘটনা
Month: March 2023
আন এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত। গুৱাহাটী ক্লাব আৰু নেহৰু ষ্টেডিয়াম ৰোড সংযোগী ফ্লাই অভাৰত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে উত্থাপিত হৈছে বহু প্ৰশ্নৰ। খবৰ অনুসৰি যোৱা নিশা যুৱকজনৰ মৃতদেহ ৰহস্যজনক পৰিস্থিতিত উৰণীয়া সেতুখনৰ ফুটপাথত পৰি থকা অৱস্থাত উদ্ধাৰ হয়। ইফালে যুৱকজনৰ পৰিচয় লুটফোৰ ৰহমান বুলি আৰক্ষীয়ে
গুৱাহাটী হত্যাকাণ্ডৰ ন ন তথ্য পোহৰলৈ অহাৰ সময়তে এইবাৰ তেনে এক অনুৰূপ ঘটনা পোহৰলৈ আহিছে বকোৰ পৰা। ঘটনা অনুসৰি বকোত এজন লোকে নিজৰ গৰ্ভৱতী পত্নীক হত্যা কৰাৰ অভিযোগ উঠিছে। প্ৰাৰম্ভিক খবৰ অনুসৰি অভিযুক্তই আন এগৰাকী মহিলাৰ প্ৰেমত পৰাৰ পিছতে পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। অসমৰ দক্ষিণ কামৰূপৰ বকোৰ পৰা
📌 চৰকাৰী ভূমিৰ দালালিত জড়িত এজনক গ্ৰেপ্তাৰ।📌 শিলসাকোঁ বিলকে ধৰি অন্য বহু ভূমি জালিয়াটিৰে বিক্রী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ লোকজনক।📌 গ্ৰেপ্তাৰ হোৱা লোক জন পৰেশ দাস।
দিনটোৰ তৃতীয়জন ঘোচখোৰ বিষয়া। এইবাৰ হাত দাঙিলে গোৱালপাৰাৰ প্ৰাথমিক শিক্ষাখণ্ড বিষয়া বজৰুল বাছিতে।