সপোনবোৰে আমাক অতীত, বৰ্তমান আৰু ভৱিষ্যতে ঘটা ঘটনাবোৰৰ ইংগিত দিয়ে। স্বপ্ন শাস্ত্ৰৰ মতে কিছুমান সপোনে আমাক অশুভ ঘটনাৰ ইংগিত দিয়ে, আনহাতে কিছুমান সপোনে শুভ পৰিঘটনাৰ ইংগিত দিয়ে। স্বপ্ন শাস্ত্ৰৰ মতে আমি কিছুমান সপোন দেখা পাওঁ যাৰ অৰ্থ হ’ল ভৱিষ্যত দিনত আমাৰ হাতলৈ টকা আহিব। গতিকে এনে সপোনৰ বিষয়ে জানো আহক
Month: March 2023
জ্যোতিষশাস্ত্ৰই হোলীৰ ৰঙৰ সৈতে সম্পৰ্কিত কিছুমান বিশেষ ব্যৱস্থাৰ বিষয়ে কয় যি জীৱনত যথেষ্ট উন্নতি কৰে। জ্যোতিষশাস্ত্ৰঅনুসৰি, হোলীৰ দিনা ঘৰৰ মূল দুৱাৰত দুমুখীয়া চাকি জ্বলাব লাগে। জ্যোতিষশাস্ত্ৰই হোলীৰ ৰঙৰ সৈতে সম্পৰ্কিত কিছুমান বিশেষ ব্যৱস্থাৰ বিষয়ে কয় যি জীৱনত যথেষ্ট উন্নতি কৰে। হোলী বা হোলিকা দহনৰ দিনা বিশেষ মন্ত্ৰ জপ কৰাটো লাভজনক।
উত্তৰ-পূৰ্বাঞ্চলৰ ৩ ৰাজ্যৰ ভোটগণনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। সোণোৱালে কয়, ‘‘উত্তৰ–পূবৰ আটাইকেইখনতেই বিজেপিৰ চৰকাৰ হ’৸ব। বিজেপিৰ লগত যিমানকেইখনত মিত্ৰতা আছে তাত আমি চৰকাৰ কৰিম বুলি স্পষ্ট হৈছে। কাৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিগত ৯ বছৰত যিমান ভাল কাম কৰিছে, সেয়া উত্তৰ–পূৰ্বাঞ্চলৰ মানুহে পাহৰিব নোৱাৰে। তেখেতৰ প্ৰতি অগাধ বিশ্বাস
ত্ৰিপুৰাত পুনৰ ফুলিল পদুম, ৩২খন আসনেৰে বিজেপিৰ একক সংখ্যাগৰিষ্ঠতা ত্ৰিপুৰাত পুনৰ ফুলিল পদুম। একক সংখ্যাগৰিষ্ঠতা লাভ কৰিলে বিজেপিয়ে (Tripura Election 2023 Results)। ৬০খন আসনযুক্ত ত্ৰিপুৰা বিধানসভাৰ মেজিক নাম্বাৰ হ’ল ৩১। কিন্তু ফলাফল সম্পূৰ্ণৰূপে ঘোষণা হোৱাৰ পূৰ্বেই ৩২খন আসন দখল কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰিলে বিজেপি–আইপিএফটি মিত্ৰজোঁটে। বিজেপিৰ ছুনামিত উটি গ’ল
৬০খন আসনযুক্ত নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ ফলাফলত NPF দলে লাভ কৰে দুখন আসন, NPPদলে চাৰিখন আৰু অন্যান্যই লাভ কৰে ১৬খন আসন