কেন্দ্ৰীয় চৰকাৰে আধাৰক পেনৰ সৈতে সংযোগ কৰাৰ সময়সীমা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। এতিয়া কৰদাতাই ২০২৩ চনৰ ৩০ জুনৰ ভিতৰত পেনক আধাৰৰ সৈতে সংযোগ কৰিব পাৰিব। শীঘ্ৰে এই সন্দৰ্ভত চৰকাৰে অধিসূচনা জাৰি কৰিব। বিত্ত মন্ত্ৰালয়ে জাৰি কৰা এক প্ৰেছ বিবৃতিত কোৱা হৈছে যে কৰদাতাক সকাহ দিবলৈ আধাৰক পেনৰ সৈতে সংযোগ
Month: March 2023
চন্দ্র–শুক্রৰ সহাৱস্থানৰ পিছত কাইলৈ পুনৰ এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’বলৈ গৈ আছে সমগ্র পৃথিৱীবাসী৷ কাইলৈ আকাশত মঙল, বুধ, বৃহস্পতি, শুক্র আৰু ইউৰেনাছ– এই পাঁচটা গ্রহ একেডাল সৰলৰেখাত দেখিবলৈ পোৱা যাব৷ এই মহাজাগতিক দৃশ্য প্রত্যক্ষ কৰাৰ বাবে উদ্গ্রীৱ হৈ আছে মহাকাশবিদ আৰু কৌতূহলী লোকসকল৷ মঙলবাৰে আকাশত নিশা সৃষ্টি হ’ব লগা
কৰুণ, মৰ্মান্তিক হৃদয়বিদাৰক ঘটনা ৷নিমিষতে হেৰাই গ’ল এটা পৰিয়াল ৷নলবাৰীৰ মুগকুছিত মাজনিশা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনাৰ। নলবাৰী চহৰৰ পৰা নিজ ঘৰ বগলচৰোডলৈ অহাৰ পথত দুৰ্ঘটনা পতিত হৈ থিতাতে নিহত স্বামী–স্ত্ৰী ৷গুৰুত্বৰভাৱে আহত কণমানি ৷ প্ৰাপ্ত খবৰ অনুসৰি বগলচৰোড নিবাসী সঞ্জয় শৰ্মাই তেওঁৰ পত্নী আৰু শিশু পুত্ৰক লগত লৈ
চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ, আটক এগৰাকী মহিলা। মহিলা গৰাকীৰ নাম হাচিনা খাতুন বুলি জানিব পৰা গৈছে। হাতীপোতা মছকাগুৰি গাৱৰ ফৰিদুল আলী নামৰ ব্যক্তি গৰাকীৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় ৯০ টকাকৈ ড্ৰাগছ ভৰ্তি কন্টেনাৰ সহ কেবা শতাধিক খালি কন্টেনাৰ আৰু ম’বাইল ফোন।
যোৱা সোমবাৰে সন্ধিয়াৰ পৰা নিশা লৈকে চলি থকা পছোৱা বতাহ আৰু ডবা -পিতা বৰষুণৰ ফলত উজনিৰ বিভিন্ন ঠাইৰ লগতে মাৰ্ঘেৰিটা সমষ্টিৰ বহু অঞ্চলত ঘৰ-বাৰী , গছ-গছনি ভাগি পৰা পৰিলক্ষিত হৈছে । বিশেষকৈ পেঙেৰী ব্ৰক্ষ্মাজান অঞ্চলৰ নতুন গাঁৱত পছোৱা বতাহত সৰু-বৰ টিনপান , খেৰিঘৰ ভাগি পৰাত জনসাধাৰণৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে