আণ্ডাৰৱেৰ হয়তো প্ৰতিজন মানুহেই পিন্ধে। অৱশ্যে মানুহে বিভিন্ন ধৰণৰ, বিভিন্ন ব্ৰেণ্ডৰ পিন্ধে। কিছুমানে ঢিলা আৰু কিছুমানে টাইট পিন্ধি বাল পায়। কিন্তু আপুনি জানেনে যে আপোনাৰ আণ্ডাৰৱেৰৰ আকাৰ আৰু ষ্টাইলে আপোনাৰ শুক্ৰাণুৰ সংখ্যাত প্ৰভাৱ পেলায়? হাৰ্ভাৰ্ড টি এইচ চান স্কুল অৱ পাব্লিক হেল্থৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে টাইট আণ্ডাৰৱেৰ পিন্ধা
Month: March 2023
আইবা মহিলা বিশ্ব ব’ক্সিং চেম্পিয়নশ্বিপৰ ৭৫ কেজি শাখাত দুৰন্ত প্ৰদৰ্শনেৰে ইতিহাস ৰচনা কৰা লাভলীনা বৰগোহাঁইক কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেখেতৰ নতুন দিল্লীস্থিত চৰকাৰী বাসভৱনত উষ্ম অভিনন্দন জ্ঞাপন কৰে। লগতে সৰ্বানন্দ সোণোৱালে বিশ্ব চেম্পিয়নগৰাকীক ফুলাম গামোচা, প্ৰশস্তি পত্ৰ আৰু অন্যান্য উপহাৰেৰে সম্বৰ্ধনা জ্ঞাপন কৰে। লাভলীনাৰ অভূতপূৰ্ব বিজয়ে সমগ্ৰ দেশবাসীৰ লগতে অসমবাসীকো
অসমীয়াৰ স্বাভিমান গামোচাক দুফাল কৰি বিতৰ্কৰ সৃষ্টি কৰা ‘বাংলা সাহিত্য সভা’ ৰ ভুল স্বীকাৰ। অৱশেষত অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিলে বাংলা সাহিত্য সভাই
আলু সাধাৰণতে প্ৰায়সংখ্যক লোকৰে প্ৰিয়। আলু সকলো শাক-পাচলি আৰু ব্যঞ্জন তৈয়াৰ কৰাত ব্যৱহাৰ কৰা এবিধ প্ৰধান পাচলি, কিন্তু আলু খালে আপোনাৰ স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে। ডায়েবেটিছ ৰোগত আলুৰ পৰা তৈয়াৰী বস্তু খাব পাৰো নে নাই জানেনে? সাধাৰণতে ডায়েবেটিছ ৰোগীৰ খাদ্যক লৈ বিভ্ৰান্তিৰ সৃষ্টি হয়। কাৰণ ই এনেকুৱা এটা ৰোগ য’ত
এই ৰাশিৰ লোকে চাকৰিত পাব সফলতা , জীৱনলৈ আহিব পাৰে পৰিৱৰ্তন ; জানিবলৈ পঢ়ক আজিৰ ৰাশিফল মেষ- শৰীৰ ভালে থাকিব।প্ৰেম–পাৰিবাৰিক দিশত অশান্তিৰ যোগ।সন্তানৰ আচৰণত দুঃশ্চিন্তা বাঢ়িব। কামত আত্ম বিশ্বাস ৰাখিব । শুভ সংখ্যা ৮ ,শুভ ৰং আকাশী। বৃষ- মানসিক শান্তি অটুট থাকিব । ৰাজনীতিক–সমাজকৰ্মীৰ ব্যস্ততা বৃদ্ধি পাব। দাম্পত্যত নতুন খবৰে