Month: March 2023

Kaziranga National Pak: First Rhino poaching case of 2023

Kaziranga National Pak: First Rhino poaching case of 2023

On Monday, officials from the Assam forest department found the carcass of a full-grown rhino in the Kathpara forest camp area of the Bagori range in Kaziranga National Park. The Assam forest department officials discovered the rhino’s carcass in the Kathpara forest camp area of the Bagori range. The rhino

বৰক্ষেত্ৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ অভিযান ..

বৰক্ষেত্ৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ অভিযান ..

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ চৰত আজি প্ৰশাসনে চলালে উচ্ছেদ অভিযান ৷ বৰক্ষেত্ৰীৰ ৬১নং ঘোগা গাঁও পঞ্চায়তৰ অন্তৰ্গত নোৱাপাৰা পামৰ চৰকাৰী ভূমিত বৰক্ষেত্ৰী প্ৰশাসনে চলালে উচ্ছেদ অভিযান ৷ ২০০ বিঘা চৰকাৰী ভূমিত চলিল প্ৰশাসনৰ বুলড’জাৰ ৷ চৰকাৰী ভূমি অবৈধভৱে দখল কৰি ঘৰ সাজি থকা ২৪ টা পৰিয়ালক বৰক্ষেত্ৰী প্ৰশাসনে কৰিলে উচ্ছেদ ৷

ভাৰতীয় সেনাত বিশেষ প্ৰৱেশৰ বাবে নিৰ্বাচিত ডিগবৈৰ মিনাৰ্ভা জৈছি |

ভাৰতীয় সেনাত বিশেষ প্ৰৱেশৰ বাবে নিৰ্বাচিত ডিগবৈৰ মিনাৰ্ভা জৈছি |

ছৰ্ট চাৰ্ভিচ কমিছন অ’মেন এন চি চি চিৰ সৰ্বভাৰতীয় পৰ্য্যায়ত প্ৰথম স্থান অধিকাৰ কৰি ভাৰতীয় সেনাত বিশেষ প্ৰৱেশৰ বাবে নিৰ্বাচিত হৈ ডিগবৈলৈ গৌৰৱ কঢ়িয়াই আনিছে মিনাৰ্ভা জৈছিয়ে। মিনাৰ্ভাই অহা এপ্ৰিল মাহত প্ৰথম সপ্তাহত চেন্নাইস্থিত ভাৰতীয় সেনাৰ অফিচাৰ্ছ ট্ৰেইনিং একাডেমিত যোগদান কৰিব বুলি সাংবাদিকক সদৰি কৰিছে । ডিগবৈ মিলন নগৰ নিবাসী,অসম

নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত স্বামী–স্ত্ৰী! কথমপি প্ৰাণ ৰক্ষা কণমানি সন্তানৰ

নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত স্বামী–স্ত্ৰী! কথমপি প্ৰাণ ৰক্ষা কণমানি সন্তানৰ

এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে নলবাৰীৰ মুগকুছিত। মাজনিশা সংঘটিত হয় এই ভয়াবহ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত নিহত হৈছে এহাল পতি- পত্নী। নলবাৰীৰ পৰা নিজ ঘৰ বগলচৰোডলৈ অহাৰ পথত AS 01EZ 4055 নম্বৰৰ ব্যক্তিগত বাহনখনৰে পতি-পত্নী গৈ থকা সময়ত তীব্ৰ জোৰেৰে এডাল গছত খুন্দা মাৰে। যাৰ ফলত থিতাতে নিহত হয়

আজি নৱৰাত্ৰিৰ ষষ্ঠ দিন, মা দুৰ্গাৰ ষষ্ঠ স্বৰূপ “কাত্যায়নী”ৰ পূজা-আৰাধনা

আজি নৱৰাত্ৰিৰ ষষ্ঠ দিন, মা দুৰ্গাৰ ষষ্ঠ স্বৰূপ “কাত্যায়নী”ৰ পূজা-আৰাধনা

নৱৰাত্ৰি হিন্দু ধৰ্মৰ এক উৎসৱ, প্ৰধানতঃ শক্তি উপাসনাৰ লগত জড়িত। নৱৰাত্ৰিক সাধাৰণতে দুৰ্গা পূজা নামেৰে জনা যায়। বসন্ত কালত হোৱা নৱৰাত্ৰিক বাসন্তী পূজা আৰু শৰৎ কালত হোৱা ভাগক শাৰদীয় পূজা নামেৰে জনা যায়। নৱৰাত্ৰি শৰৎ আৰু বসন্ত কালৰ শুক্লা প্ৰতিপদ তিথিত আৰম্ভ হৈ নৱমীত সমাপন হয় আৰু দশমী তিথিত দেৱীৰ