কাণ মানৱ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংশ, যদি ই সঠিকভাৱে কাম নকৰে তেনেহ’লে পৃথিৱীখন নিৰ্জন অনুভৱ হ’বলৈ ধৰিব। যেতিয়া কাণৰ সৈতে জড়িত কিছুমান সমস্যা আৰম্ভ হয় তেতিয়াহে ইয়াৰ গুৰুত্ব অনুভৱ হয়। কাণৰ সৈতে জড়িত বহুতো সমস্যা হয়, যেনে কাণ বন্ধ হোৱা, মল জমা হোৱা, শুনাত অসুবিধা পোৱা, কাণৰ আঘাত ইত্যাদি।
Month: March 2023
স্বৰ্ণপদক জয়ৰ দীৰ্ঘদিনীয়া আশা পূৰণ হোৱাৰ দিশে অসম কন্যা লাভলীনা বৰগোহাঁইৰ। তিনিবাৰকৈ ছেমি ফাইনেলত উজুটি খোৱা লাভলীনাই এতিয়া বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিছে । স্বৰ্ণ জয়ৰ এয়াই সোণালী সুযোগ। বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ বিগত মেচসমূহত উন্নত প্ৰদৰ্শন দাঙি ধৰাৰ সুবাদতে তেওঁ প্ৰৱেশ কৰিছে ফাইনেলৰ দুৱাৰডলিত। বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ আজি সন্ধিয়া অনুষ্ঠিত
আজি অসম লোকসেৱা আয়োগৰ এই বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা। সমগ্ৰ ৰাজ্যৰ ৩১ পৰীক্ষা কেন্দ্ৰত ৭৪,৩৬৪ গৰাকী প্ৰাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হৈছে। কটকটীয়া নিৰাপত্তাৰ মাজত মুঠ ৯১৩ টা পদৰ বাবে দেওবাৰে APSC পৰীক্ষা অনুষ্ঠিত কৰা হয়। প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যৱধানত জিলা প্ৰশাসনে এক নিৰ্দেশনাযোগে ১৪৪ ধাৰা জাৰি কৰিছে। লগতে পৰীক্ষাত
বেছিভাগ মানুহে বৰ্তমানৰ এই ব্যস্ত জীৱনত স্বাস্থ্যৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব নোৱাৰে। যাৰ ফলত শৰীৰত বিৰূপ প্ৰভাৱ পৰে। বৰ্তমান যুগত, অস্বাস্থ্যকৰ খাদ্য আৰু শাৰীৰিক কাম-কাজৰ বাবে, মানুহ ভিতৰৰ পৰা দুৰ্বল হ’বলৈ আৰম্ভ কৰিছে। এইকাৰণেই মানুহে চিৰি বগাই যোৱাৰ সলনি লিফ্ট ব্যৱহাৰ কৰিবলৈ পছন্দ কৰে, কিয়নো আজি কালি মানুৰৰ দুই-চাৰিটা চিৰি
মাতা পাৰ্ৱতীয়ে ভগৱান শিৱক স্বামী ৰূপে পাবলৈ-কঠোৰ তপস্যা কৰি আছিল।দেৱী পাৰ্ৱতীৰ তপস্যাক দেখা পায়-দেৱতাসকলে দেৱীৰ মনৰ কামনা পূৰ্ণ কৰিবলৈ প্ৰাৰ্থনা কৰিলে।তেতিয়া মহাদেৱে দেৱী পাৰ্ৱতীৰ পৰীক্ষা লবলে সপ্তঋষিক পথিয়ালে। ( Religious Studies ) সপ্তঋষিয়ে মহাদেৱৰ কোটি কোটি অৱগুণ কোৱাত দেৱী পাৰ্ৱতীৰ মহাদেৱৰ বাহিৰে আনৰ লগত বিবাহত সন্মতি নাছিল।বিবাহৰ আগে সকলোৱে