Month: March 2023

অলপো ধন খৰচ নকৰাকৈ ৮৪ খনকৈ দেশ ভ্ৰমণ কৰা মহিলাগৰাকী

অলপো ধন খৰচ নকৰাকৈ ৮৪ খনকৈ দেশ ভ্ৰমণ কৰা মহিলাগৰাকী

সকলোৱে নিশ্চয়ই পৃথিৱীৰ সকলো দেশ ভ্ৰমণ কৰাৰ সপোন আছে। কিন্তু সকলোৰে বাবে এয়া সম্ভৱ নহয়। যিসকল লোকৰ ধনৰ ভাণ্ডাৰ বিশাল, তেওঁলোকে বিশ্বৰ ঠাইসমূহ ভ্ৰমণ কৰিবলৈ সক্ষম হয়। কিন্তু এগৰাকী মহিলাই ৫-৬ খন নহয়, বিশ্বৰ সৰ্বমুঠ ৮৪ খন দেশ ভ্ৰমণ কৰিছে, সেয়াও কোনো ধন খৰছ নকৰাকৈ। লিজি চেয়াৰ নামৰ এই মহিলাগৰাকী

বিধি-বিধানেৰে পূজা কৰাৰ লগতে প্ৰতিটো নিয়ম পালন কৰিলে সেইজনৰ কেতিয়াও ধন-সম্পত্তিৰ অভাৱ নহয়

বিধি-বিধানেৰে পূজা কৰাৰ লগতে প্ৰতিটো নিয়ম পালন কৰিলে সেইজনৰ কেতিয়াও ধন-সম্পত্তিৰ অভাৱ নহয়

শাস্ত্ৰত বীৰ হনুমানক সংকটক হৰি নিয়া ভগৱান কোৱা হয়।মান্যতা অনুসাৰে ব্যক্তিয়ে-বিধি-বিধানেৰে পূজা কৰাৰ লগতে- প্ৰতিটো নিয়ম পালন কৰিলে-সেইজনৰ কেতিয়াও ধন-সম্পত্তিৰ অভাৱ নহয়,আৰু প্ৰতিটো সমস্যাৰ পৰা মুক্তি লাভ কৰে। ( Assamese Fact ) শাস্ত্ৰত বীৰ হনুমানৰ বিভিন্ন মুদ্ৰাৰ বিষয়ে কোৱা হৈছে।যত-পাহাৰ উঠাই বীৰ হনুমান,উৰি থকা-হনুমান, পঞ্চমুখী হনুমান, বুকু ফালি থকা হনুমান,লংকা

বৃক্কৰ পাথৰ দূৰ কৰিবলৈ দৈনিক খাব লগা ৩ প্ৰকাৰৰ বিশেষ ৰস

বৃক্কৰ পাথৰ দূৰ কৰিবলৈ দৈনিক খাব লগা ৩ প্ৰকাৰৰ বিশেষ ৰস

বৃক্কৰ সৈতে সম্পৰ্কিত সমস্যাোবোৰ অতি বেদনাদায়ক। এই সমস্যাবোৰৰ এটা হ’ল বৃক্কৰ পাথৰৰ সমস্যা। যেতিয়া কাৰোবাৰ বৃক্কৰ পাথৰ হয়, তেতিয়া সেই বিষ অতি বেদনাদায়ক হয়। এনে পৰিস্থিতিত, এজন ব্যক্তিয়ে তেওঁৰ আহাৰ ৰুটিনত অতি সাৱধানতা অৱলম্বন কৰিব লাগে। • বৃক্কৰ পাথৰ দূৰ কৰিবলৈ দৈনিক খাব লগা ৩ বিধ ৰসঃ ~ বিলাহীৰ ৰস

দৌৰাৰ সময়ত চাবলগীয়া বিশেষ দিশকেইটা

দৌৰাৰ সময়ত চাবলগীয়া বিশেষ দিশকেইটা

বহুতেই মেদবহুলতাৰ বাবে অসুবিধাত পৰিছে। পেটৰ চৰ্বি হ্ৰাস কৰিবলৈ মানুহে ব্যায়াম কৰিবই লাগিব, কিয়নো সকলোৱে জিমৰ বাবে ধন ব্যয় কৰিব নোৱাৰে বা পছন্দ নকৰে, সেয়েহে মানুহে পাৰ্ক আৰু খেলপথাৰত দৌৰিবলৈ পছন্দ কৰে। দৌৰা হৈছে এক উৎকৃষ্ট ব্যায়াম যি পেটৰ চৰ্বি হ্ৰাস কৰে, ৰক্ত সঞ্চালন বৃদ্ধি কৰে, আৰু লগতে হৃদৰোগ প্ৰতিৰোধ

৪০ বছৰ বয়সৰ পিছতো হাড় শক্তিশালী হৈ থাকিবলৈ খাব লগা খাদ্যবোৰ

৪০ বছৰ বয়সৰ পিছতো হাড় শক্তিশালী হৈ থাকিবলৈ খাব লগা খাদ্যবোৰ

মানুহৰ প্ৰায়ে ৪০ বছৰ বয়স অতিক্ৰম কৰা পিছত হাড় দুৰ্বল হ’বলৈ ধৰে। বিশেষকৈ এয়া মহিলাৰ ক্ষেত্রত বেছিকৈ দেখা যায়। হাড় দুৰ্বল হোৱাৰ বাবে।দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় কাম কৰাত সমস্যাৰ সন্মুখীন হ’ব লগা হয়, সেয়েহে সকলোৱে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱা উচিত। ৪০ বছৰ বয়সৰ পিছতো শক্তিশালী হৈ থাকিবলৈ কেলচিয়াম আৰু ভিটামিন