Month: March 2023

এদিনত কিমান নিমখ খাব লাগে ? বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনা কি ?

এদিনত কিমান নিমখ খাব লাগে ? বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনা কি ?

নিমখ দুটা বস্তুৰে গঠিত। ছডিয়াম আৰু পটাছিয়াম। বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) মতে, আমি খোৱা নিমখত প্ৰায়ে যথেষ্ট ছডিয়াম (Sodium) থাকে আনহাতে পটাছিয়াম (Potassium) অতি কম। বিশ্বব্যাপী লাখ লাখ লোক ৰক্তচাপ (Blood pressure)ত ভোগে অত্যাধিক ছডিয়াম গ্ৰহণ কৰাৰ ফলত আৰু সদায়ে হৃদ আক্ৰমণ (Heart attack) আৰু ষ্ট্ৰোক (Stroke)ৰ আশংকা থাকে। বিশ্ব

আপোনাৰ চকুৰ স্বাস্থ্য কেনেকুৱা? যদি এইবোৰ লক্ষণ দেখিছে তেন্তে পৰীক্ষা কৰক

আপোনাৰ চকুৰ স্বাস্থ্য কেনেকুৱা? যদি এইবোৰ লক্ষণ দেখিছে তেন্তে পৰীক্ষা কৰক

আমি যিয়েই নকৰো কিয়, চকু সুস্থ হৈ থকাটো প্ৰয়োজন। বহুতো লোকে ভাবে যে কম্পিউটাৰৰ সন্মুখত বহি ঘণ্টা ঘণ্টা ধৰি কাম কৰাসকলৰহে চকুৰ সমস্যা হয়। কিন্তু, প্ৰদূষণ, খাদ্যৰ অভ্যাস আৰু আন ৰোগৰ বাবেও চকুত প্ৰভাৱ পৰিব পাৰে। এই কথা কৈছে মুখ্য চিকিৎসা বিষয়া, মোতিয়াবিন্দ আৰু আঘাত বিভাগ, শংকৰ নেত্ৰ হাস্পতাল, শিমোগা,