Month: March 2023

৪০ বছৰ ধৰি ঘূৰণীয়া পথৰ মাজত বাস কৰা পৰিয়ালটো

৪০ বছৰ ধৰি ঘূৰণীয়া পথৰ মাজত বাস কৰা পৰিয়ালটো

ইংলেণ্ডৰ ৱেলছত এটা পৰিয়ালে যোৱা বহু বছৰ ধৰি চাৰিআলিৰ মাজত থাকিবলৈ বাধ্য হৈছে। এনে নহয় যে এই পৰিয়ালটোৱে চৰকাৰী ভূমিত বেদখল বা গৃহহীন হোৱাৰ বাবে ইয়াত আৱদ্ধ হৈ আছে, দৰাচলতে ইয়াত বাস কৰা লোকসকলে কোনো বস্তিত বাস নকৰে, বৰঞ্চ বিলাসী বাসগৃহতহে বাস কৰে যিটো তেওঁলোকৰ ব্যক্তিগত সম্পত্তি। কিয়নো, তেওঁলোক নিজৰ

৪৩ বছৰৰ ভিতৰত ৫৩ তম বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হোৱা আজৱ লোকজন

৪৩ বছৰৰ ভিতৰত ৫৩ তম বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হোৱা আজৱ লোকজন

বিবাহ হৈছে জীৱনৰ এক সুন্দৰ অনুভৱ। প্ৰতিটো দম্পতীয়ে বিচাৰে যে তেওঁলোকৰ মাজত সদায়ে প্ৰেম থাকিব লাগে যাতে বিবাহিত জীৱনত সুখী হৈ থাকিব পাৰি। ইয়াৰ মাজতে, এনে এগৰাকী ব্যক্তিৰ কথা পোহৰলৈ আহিছে, যিয়ে এতিয়ালৈকে ৫৩ বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হৈছে। অৱশ্যে, বিশেষ কথাটো হ’ল যে তেওঁ বাৰে বাৰে বিয়া কৰি অতিষ্ঠ

মহিলাৰ প্ৰৱেশ নিষিদ্ধ এখন বিশেষ দ্বীপ!

মহিলাৰ প্ৰৱেশ নিষিদ্ধ এখন বিশেষ দ্বীপ!

পৃথিৱীত এনেকুৱা এটা দ্বীপ আছে য’ত এক আচৰিত পৰম্পৰা চলি আহিছে। এই অনন্য দ্বীপটোত মহিলাৰ প্ৰৱেশ সম্পূর্ণভাৱে নিষিদ্ধ, কেৱল পুৰুষহে ইয়ালৈ আহিব পাৰে আৰু তেওঁলোকে সাগৰৰ দেৱী ৰূপৰ উপাসনা কৰে। এই বিশেষ ঠাইখন হৈছে জাপানৰ অকিনোচিমা দ্বীপ। এই দ্বীপটোক ইউনেস্কো বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছে। এই দ্বীপটো মুঠ ৭০০