Month: March 2023

ৰে’লৰ খুন্দাত মৃত্যু যুৱকৰ, হোৱা নাই চিনাক্ত

ৰে’লৰ খুন্দাত মৃত্যু যুৱকৰ, হোৱা নাই চিনাক্ত

বাইহাটা জি আৰ পিৰ অন্তৰ্গত চৌকীগেটৰ সমীপৰ ৰে’লপথত বৃহস্পতিবাৰে এজন অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ হয়। দিনৰ প্ৰায় ৯ বজাত কলা বৰণৰ জেকেট আৰু দীঘল ট্ৰেকছ্যুট পৰিধান কৰা প্ৰায় ৩০ বছৰ বয়সীয়া মিঠা বৰণৰ যুৱক জনৰ মৃতদেহটো বাইহাটা জি আৰ পিয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰায়। বাইহাটা জি আৰ পিয়ে

এই পদ্ধতিৰে আপুনি পাইলছৰ পৰা মুক্তি পাব পাৰে…

এই পদ্ধতিৰে আপুনি পাইলছৰ পৰা মুক্তি পাব পাৰে…

বহু সংখ্যক লোকেই পাইলছ ৰোগক লৈ অশান্তি অনুভৱ কৰে। ইয়াত মলদ্বাৰৰ ভিতৰ আৰু বাহিৰৰ অংশত ফুলি উঠে। যাৰ বাবে তাত পাইলছৰ সমস্যা হয়। কোষ্ঠকাঠিন্যই পাইলছ হোৱাৰ প্ৰধান কাৰণ। যদি আপোনাৰ পেট পৰিষ্কাৰ নহয় আৰু মল পাৰ হ’বলৈ বল প্ৰয়োগ কৰিবলগীয়া হয়, তেন্তে পাইলছৰ সমস্যা হ’ব পাৰে। বেয়া খাদ্যাভ্যাস, জীৱনশৈলী, বহু

আপোনাৰ পেটৰ চৰ্বি হ্ৰাস হোৱা নাই নেকি ? চৰ্বি হ্ৰাস কৰিবলৈ সহজ ফৰ্মূলা জানক

আপোনাৰ পেটৰ চৰ্বি হ্ৰাস হোৱা নাই নেকি ? চৰ্বি হ্ৰাস কৰিবলৈ সহজ ফৰ্মূলা জানক

হুলোকে নিবিচাৰিলেও শকত হয়। পেটৰ চৰ্বি হ্ৰাস কৰাটো অতি কঠিন হৈ পৰে। অৱশ্যে, যদি আপুনি কিছুমান ঘৰুৱা পৰামৰ্শ অনুসৰণ কৰে, আপুনি কম সময়ৰ ভিতৰতে এক সুন্দৰ, ফিট, চৰ্বিমুক্ত পেট পাব পাৰে।ইয়াৰ বাবে কিছুমান সহজ উপায় বিচাৰি উলিয়াও আহক। পেটৰ অতিৰিক্ত চৰ্বি হ্ৰাস কৰিবলৈ, প্ৰতি পুৱা এগিলাচ গৰম পানীত নেমু খাব।

‘মোডী উপাধি’ গোচৰত জামিনো পালে ৰাহুলে …

‘মোডী উপাধি’ গোচৰত জামিনো পালে ৰাহুলে …

চুৰাট আদালতে বৃহস্পতিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক “মোডী উপাধি” সন্দৰ্ভত কৰা মন্তব্যৰ বাবে ২০১৯ চনত তেওঁৰ বিৰুদ্ধে দাখিল কৰা অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰিছে। আদালতে তেওঁক দুবছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে। অৱশ্যে, ৱায়ানাডৰ সাংসদজনক তৎক্ষণাৎ ১৫,০০০ টকাৰ বণ্ডত জামিন দিয়া হয়। ৰাহুল গান্ধীৰ বিৰুদ্ধে তেওঁৰ কথিত মন্তব্যৰ বাবে গোচৰ ৰুজু

সুৰাৰ প্ৰতিটো বটলৰ বাবদ ‘গো শুল্ক’ ৰূপে গ্ৰাহকে দিব লাগিব ১০ টকা

সুৰাৰ প্ৰতিটো বটলৰ বাবদ ‘গো শুল্ক’ ৰূপে গ্ৰাহকে দিব লাগিব ১০ টকা

সুৰাৰ প্ৰতিটো বটলৰ বাবদ ‘গো শুল্ক’ ৰূপে গ্ৰাহকে দিব লাগিব ১০ টকা, সুৰাপায়ীৰ বাবে নতুন নিয়ম চৰকাৰৰ শুকুৰবাৰে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং চুখুৱে কংগ্ৰেছ চৰকাৰৰ প্ৰথমখন বাজেট দাখিল কৰি সুৰাৰ ওপৰত ‘গো শুল্ক’ (Cow Cess) আৰোপ কৰে আৰু কল্যাণমূলক ব্যৱস্থাৰ বাবে শিৰোনাম দখল কৰে। হিমাচল প্ৰদেশৰ বিধানসভাত ২০২৩- ২৪