🔴 ১৫হাজাৰ টকা ঘোচ লৈ হাত দাঙিলে শোণিতপুৰৰ লাট মণ্ডল পৰাগ বৰাই।
Month: March 2023
নিউজ ব্যুৰ’,নগাঁও,২৩মাৰ্চ:–মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মঙ্গলবাৰে শুভাৰম্ভ কৰে পৰিৱেশৰ লগতে সচেতন জীৱনশৈলী গঢ়াৰ উদ্দেশ্যেৰে Mission Lifestyle for Environment (LiFE) শীর্ষক এক সপ্তাহযোৰা কাৰ্য্যসূচী । এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি নগাঁও জিলা প্ৰশাসনে বুধবাৰে অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ পৃষ্ঠপোষকতাত,ছিয়েপৰ নগাঁও আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ
নিউজ ব্যুৰ’,নগাঁও,২৩মাৰ্চ:–অসমৰ অন্যতম ধৰ্মীয় অনুষ্ঠান এক শৰণ ভাগৱতী সমাজ,অসমৰ বটদ্ৰৱা আঞ্চলিক শাখাৰ ৪২ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশন,ধৰ্মালোচনী সভা আৰু মহা পালনাম কীৰ্তন অনুষ্ঠানটি যোৱা তিনিদিনীয়া কাৰ্যসূচীৰে হাতীচোঙৰ কমাৰচুকৰ বৰ নামঘৰ প্ৰাংগণত অনুষ্ঠিত হৈ যায় । প্ৰথম দিনা পুৱা প্ৰাতঃপ্ৰসংগৰে অনুষ্ঠানৰ আৰম্ভণি হোৱাৰ পিছত ধৰ্মধ্বজ্জা উত্তোলন কৰে আঞ্চলিকৰ সভাপতি প্ৰবীণ আতাই ।
নিশা ২.২৭ বজাত কামৰ পৰা নিজৰ ঘৰলৈ যোৱা অৱস্থাত হঠাৎ কণ্ঠশিল্পী ভৃগু কাশ্যপ আবদ্ধ হৈ পৰে। ৰাস্তাৰ মাজত কান্দজ্ঞানহীন একাংশ মহানাগৰীকৰ বাবেই মাজৰাস্তাতে আবদ্ধ হবলগীয়া হয় শিল্পীগৰাকী। যাৰ বাবে ছ’চিয়েল মিডিয়াৰ জৰিয়তে ক্ষোভ উজাৰিলে কণ্ঠশিল্পীগৰাকীয়ে। আচলতে এই ঘটনা বুধবাৰৰ নিশা। তেতিয়া সময় ২.২৭ বাজিছিল। কামৰ পৰা নিজৰ ঘৰলৈ যোৱা অৱস্থাত
যিকোনো অংশতে মুখৰ কৰ্কট ৰোগ হ’ব পাৰে। যেনে ওঁঠ, আঁলু, জিভা, গালৰ ভিতৰৰ তৰপ বা জিভাৰ তলত। ভাৰতত দেখা দিয়া অন্যতম সাধাৰণ কৰ্কট ৰোগ হৈছে মুখৰ কৰ্কট ৰোগ। ২০২০ চনত প্ৰকাশিত এক গৱেষণা পত্ৰ অনুসৰি ধঁপাত সেৱন মুখৰ কৰ্কট ৰোগৰ প্ৰধান কাৰণ হৈ আহিছে। গুটখা, জৰ্দা, খাইনী, চিগাৰেট, বীড়ি আদি