Month: March 2023

লাভ জেহাদৰ অভিযোগত গ্ৰেপ্তাৰ ৰিতুল হুচেইন…

লাভ জেহাদৰ অভিযোগত গ্ৰেপ্তাৰ ৰিতুল হুচেইন…

লাভ জেহাদৰ অভিযোগত অভিযুক্ত ৰিতুল হুছেইনক গ্রেপ্তাৰ। বৰপেটা আৰক্ষীয়ে মন্দিয়াৰ নিজ গৃহৰ পৰা গ্রেপ্তাৰ কৰে ৰিতুলক। বৰপেটাৰ এগৰাকী ভুক্তভোগী যুৱতীৰ অভিযোগৰ ভিত্তিত গ্রেপ্তাৰ হয় ৰিতুল।যুৱতীগৰাকীয়ে মহানগৰীৰ দিছপুৰ থানাত ৰুজু কৰিছিল গোচৰ। তাৰপাছতে দিছপুৰ থানাই গোচৰটো বৰপেটা থানালৈ সলনি কৰিছিল। চেঙাৰ বিধায়ক আশ্রাফুল হুছেইনৰ বিৰুদ্ধেও যুৱতী গৰাকীয়ে আনিছিল অভিযোগ। লগতে যুৱতীগৰাকীয়ে

ভগৱান বিষ্ণুৰ ১০ অৱতাৰৰ ভিতৰত চতুৰ্থ অৱতাৰ নৰসিংহ অৱতাৰ

ভগৱান বিষ্ণুৰ ১০ অৱতাৰৰ ভিতৰত চতুৰ্থ অৱতাৰ নৰসিংহ অৱতাৰ

নৰসিংহ অৱতাৰ-হিন্দু ধৰ্মৰ গ্ৰন্থৰ অনুসৰি-ভগৱান বিষ্ণুৰ ১০অৱতাৰৰ ভিতৰত-চতুৰ্থ অৱতাৰ।পৃথিৱী উদ্ধাৰৰ সময়ত-ভগৱান বিষ্ণুৱে বৰাহ ৰূপত হিৰণ্যাক্ষক বধ কৰিছিল। ( Religious Studies) এই কাৰণে- হিৰণ্যাক্ষৰ ককায়েক হিৰণ্যকশিপুৰৰ বৰ খং উঠিছিল।তেওঁ অমৰ হবলৈ শপত ললে আৰু ব্ৰহ্মাদেৱক তপস্যা কৰিবলৈ আৰম্ভ কৰিলে।ব্ৰহ্মাদেৱে সন্তষ্ট হৈ-হিৰণ্যকশিপুৰক বৰ প্ৰদান কৰিলে।বৰ লাভ কৰিয়ে হিৰণ্যকশিপুৰে স্বৰ্গত অধিকাৰ কৰিলে। দেৱতাসকল

ভগৱান শিৱৰ সাধনা কৰিলে সকলো ধৰণৰ দুখৰ পৰা মুক্তি পোৱা যায়

ভগৱান শিৱৰ সাধনা কৰিলে সকলো ধৰণৰ দুখৰ পৰা মুক্তি পোৱা যায়

ভগৱান শিৱৰ সাধনা কৰিলে-ভক্তসকলৰ সকলো ধৰণৰ দুখৰ পৰা মুক্তি পোৱা যায়।লগতে-সকলো ফালৰ পৰা বিজয় প্ৰাপ্ত হয়।মান্যতা অনুসাৰে-ভগৱান শিৱৰ সাধকসকলৰ কেতিয়াও পৰাজয় নহয়।( Religious Studies) *ভগৱান শিৱৰ পূজা কৰিলে-কোনো ধৰণৰ ৰোগ নাথাকে।শিৱ ভক্তসকল-তেওঁৰ কৃপাৰ দ্বাৰা ৰোগ মুক্ত থাকে।কাৰণ-তেওঁ বৈদ্যনাথ হয়। *ভগৱান শিৱৰ পূজাৰ দ্বাৰা-ভক্তসকলৰ আত্মবল বৃদ্ধি হয়।লগতে-অদ্ভুত উৰ্জা,বল,আৰু সাহসৰ অনুভূতি হয়।

প্ৰতিটো কষ্ট আৰু ৰোগৰ পৰা মুক্তি দিয়ে বীৰ হনুমানৰ এই ৬ টা মন্ত্ৰয়ে

প্ৰতিটো কষ্ট আৰু ৰোগৰ পৰা মুক্তি দিয়ে বীৰ হনুমানৰ এই ৬ টা মন্ত্ৰয়ে

মংগলবাৰৰ দিনা-বীৰ হনুমানৰ বিশেষ পূজা অৰ্চনা কৰা হয়।মংগলবাৰৰ দিনা-বীৰ হনুমানৰ মন্ত্ৰৰ জাপ কৰিলে-বিশেষ লাভ হয়।এই মন্ত্ৰয়ে প্ৰতিটো কষ্টৰে পৰা মুক্তি দিয়ে।( Religious Studies) *মংগলবাৰৰ দিনা-মংগল গ্ৰহ আৰু বীৰ হনুমানৰ ওপৰত সমৰ্পিত হয়।মংগলবাৰৰ দিনা বিধি-বিধানেৰে পূজা-অৰ্চনা কৰিলে-ভক্তসকলে প্ৰতিটো সমস্যাৰ পৰা মুক্তি পায়।মংগলবাৰৰ দিনা-বজৰংগবলীক প্ৰসন্ন কৰিবলৈ-উত্তম মনা হয়।মংগলবাৰৰ দিনা কৰা উপায়ৰ দ্বাৰা