Month: March 2023

‘নাটু নাটু’-ক লৈ কৰা উদযাপনৰ বাবে জাৰ্মান দূতাবাসক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

‘নাটু নাটু’-ক লৈ কৰা উদযাপনৰ বাবে জাৰ্মান দূতাবাসক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

ভাৰত আৰু ভূটানৰ বাবে নিয়োজিত জাৰ্মান দূতাবাসত ‘নাটু নাটু’ গীতটিয়ে অস্কাৰত লাভ কৰা সাফল্য উদযাপন কৰা প্ৰসংগত ৰাষ্ট্ৰদূত ড০ ফিলিপ একাৰমেনে ‘শ্বেয়াৰ’ কৰা এটি ভিডিঅ’ৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ভিডিঅ’টিত তেওঁ আৰু দূতাবাসৰ সদস্যসকলৰ উদযাপনৰ মুহূৰ্ত সন্নিৱিষ্ট কৰা হৈছে। ভিডিঅ’টো পুৰণি দিল্লীত দৃশ্যগ্ৰহণ কৰা হৈছিল। ইয়াৰ আগতে ফেব্ৰুৱাৰী মাহত ভাৰতত

পানীৰ অভাৱ হলে শৰীৰত দেখা দিয়া ৩টা লক্ষণ

পানীৰ অভাৱ হলে শৰীৰত দেখা দিয়া ৩টা লক্ষণ

শৰীৰত পানীৰ অভাৱৰ বাবে ডিহাইড্ৰেচনৰ সমস্যা হয়।এই সমস্যা বেছিভাগ গ্ৰীষ্মকালত হয়।( Assamese Health Tips ) যদি এই বিষয়ে মানুহে সময়তে গম নাপায় যে-শৰীৰত পানীৰ অভাৱ কিয় হৈ আছে-তেনেহলে এয়া তেওঁৰ বাবে এক ডাঙৰ সমস্যা হব পাৰে।ডিহাইড্ৰেচনৰ উপৰিও ছাল আৰু পাকস্থলীও প্ৰভাৱিত হয়।কেৱল এয়াই নহয়-মানুহৰ মগজুৱেও সঠিকভাৱে কাম নকৰে।এই পৰিস্থিতিত আমি