মানসিক স্বাস্থ্য, জীৱনৰ মানদণ্ডৰ মূল নিৰ্ণায়ক। যিখন সমাজত মানসিক ৰোগীৰ সংখ্যা বেছি, ব্যৱস্থা আৰু বিকাশৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে। ভাৰতৰ কথা ক’লে, মানসিক স্বাস্থ্য সমীক্ষা ২০১৫-১৬ অনুসৰি ভাৰতৰ ১৮ বছৰৰ ওপৰৰ জনসংখ্যাৰ ১০.৬ শতাংশ অৰ্থাৎ প্ৰায় ১৫ কোটি লোক কিছুমান মানসিক ৰোগত আক্ৰান্ত। ১.অত্যধিক খাদ্য: – অতিমাত্ৰা খাদ্যই নেতিবাচক চিন্তা
Month: March 2023
যোৱা ৫ মাৰ্চৰ পৰা সন্ধানহীন অবিনাশ শইকীয়া। অবিনাশ শইকীয়া যোৰহাটৰ ২ নং ব্ৰাহ্মন গাঁও নিবাসী অচ্যুত শইকীয়াৰ পুত্ৰ। পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰিও কোনো সন্ধান পোৱা নাই অবিনাশৰ। কোনো লোকে সন্ধান পালে 8876187346 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে।
পথৰ কাষৰ এখন পথাৰত পৰি থকা অৱস্থাত সোমবাৰে উদ্ধাৰ এটি ১০ দিনীয়া নৱজাতক । বৰষুণত তিতি থকা অৱস্থাত এগৰাকী শিক্ষয়িত্ৰীয়ে নৱজাতকটোক দেখা পাই ওচৰ চুবুৰীয়াক খবৰ দি জীৱিত অৱস্থাত উদ্ধাৰ কৰে । ঘটনাস্থলীত উৰিয়ামঘাট আৰক্ষী উপস্থিত হৈ নৱজাতকটোক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ১০ দিনীয়া নৱজাতকটোক মাতৃয়ে কিয় এনেদৰে পথৰ কাষত
তেওঁলোকচেলিব্ৰিটি দম্পতী। বিবাহৰ পিছত বিৰাট কোহলী-অনুষ্কা শৰ্মাৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে! তেওঁলোক সদায় লাইমলাইটত থাকে। বিৰাট-অনুষ্কাৰ প্ৰেম খণ্ডৰ বিষয়ে এতিয়াও বহুতৰ মাজত কৌতূহল আছে। তেওঁলোকে কেনেকৈ লগ পাইছিল! বহুলোকে জানিব বিচাৰে যে তেওঁলোকে কেনেকৈ ইজনে সিজনৰ প্ৰেমত পৰিছিল বহুতে জানিব বিচাৰে। শেহতীয়া এক সাক্ষাৎকাৰত, বিৰাটে তেওঁৰ সৈতে অনুষ্কাৰ প্ৰথম সাক্ষাতৰ বিষয়ে
৭৫ কেজি শাখাত প্ৰি- কোৱাৰ্টাৰ ফাইনেল পৰ্যায়ত লাভলিনা বৰগোহাঁই অর্টিজক ৫-০ গ’লত পৰাস্ত কৰে । টকিঅ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলিনাই সোমবাৰে মেক্সিকোৰ ভেনেছা অটিজক পৰাস্ত কৰি মহিলা বিশ্ব চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে । আনহাতে, ভাৰতৰ সাক্ষী চৌধুৰীয়েও ৫২ কেজি শাখাত সর্বসম্মতিক্রমে কাজাখস্তানৰ উৰাকবায়েভা ঝাজিৰাক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত