Month: March 2023

ক’লা আঙুৰ কিয় দামী হয় জানেনে… এইটো ইয়াৰ কাৰণ…

ক’লা আঙুৰ কিয় দামী হয় জানেনে… এইটো ইয়াৰ কাৰণ…

আঙুৰৰ বতৰত যেতিয়াই আঙুৰ কিনিবলৈ যায় তেতিয়াই আপুনি নিশ্চয় লক্ষ্য কৰিছে যে তাত সেউজীয়া ৰঙৰ আঙুৰৰ লগতে ক’লা ৰঙৰ আঙুৰো বিক্ৰী হয়। প্ৰায়ে এই ক’লাবোৰৰ দাম সেউজীয়াবোৰতকৈ বেছি হয় যদিও ইহঁতৰ সোৱাদও অলপ বেলেগ। কিন্তু প্ৰশ্ন হয়, এই ক’লা ৰঙৰ আঙুৰৰ ইমান বিশেষ কি যে ইয়াৰ দাম বহুত বেছি। গতিকে

এইখন চহৰত সাধু-সন্তসকলৰ বাবে আছে বিনামূলীয়া বিউটি পাৰ্লাৰ

এইখন চহৰত সাধু-সন্তসকলৰ বাবে আছে বিনামূলীয়া বিউটি পাৰ্লাৰ

জটা হৈছে সাধু-সন্তসকলৰ আটাইতকৈ ডাঙৰ পৰিচয়। স্পষ্টকৈ ক’বলৈ গ’লে সাধুসকলে তেওঁলোকৰ চুলিখিনি বৰ ভাল পায়, চুলি তেওঁলোকৰ অলংকাৰ, কিন্তু ইয়াৰ যত্ন লোৱাটো অতি কঠিন। সাধুসকলে চুলিখিনি ক’লা মাটিৰে ধুই, তাৰ পিছত সূৰ্য্যৰ পোহৰত শুকুৱাই লয়। যদিও কিছুমান সাধু আছে যিয়ে জটা চলাবলৈ বহুত কষ্টৰ সন্মুখীন হ’বলগীয়া হয়, তথাপিও সাধু বাবাই

লিভ-ইন সম্পৰ্কৰ বাবে গাইডলাইন! এনে বিচাৰধাৰাক ঘৃণনীয় আখ্যা সৰ্বোচ্চ ন্যায়ালয়ৰ

লিভ-ইন সম্পৰ্কৰ বাবে গাইডলাইন! এনে বিচাৰধাৰাক ঘৃণনীয় আখ্যা সৰ্বোচ্চ ন্যায়ালয়ৰ

লিভ ইন ৰিলেশ্যনশ্বিপৰ বাবে গাইড লাইন সম্পৰ্কীয় আবেদন খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে ইয়াক “ঘৃণনীয় বিচাৰ ধাৰা “বুলি অভিহিত কৰে। এজন অধিবক্তাই প্ৰতিটো লিভ-ইন সম্পৰ্কৰ বাধ্যতামূলক পঞ্জীয়ন বিচাৰি আবেদন জনাইছিল। ইয়াৰ জৰিয়কে একেলগে বাস কৰা যুৱক-যুৱতী সকলৰ সুৰক্ষা বিচাৰিছিল। লিভ-ইনত থকাৰ সময়ত হোৱা অপৰাধমূলক ঘটনা ৰোধ

সাৱধান! এটা ভিডিঅ’ কল, তাৰ পাছতে হেৰুৱাব পাৰে লাখ লাখ টকা

সাৱধান! এটা ভিডিঅ’ কল, তাৰ পাছতে হেৰুৱাব পাৰে লাখ লাখ টকা

আজি কালি একাংশ দুষ্ট প্ৰকৃতিৰ লোকে বিভিন্ন মাধ্যমেৰে ধন ঘটা প্ৰতিযোগীতাত নামি পৰিছে। ধন ঘটিবৰ বাবে বিভিন্ন ধৰণৰ ছ’চিয়েল মিডিয়াও ব্যৱহাৰ কৰে একাংশই। এনে ধৰণে দুষ্ট প্ৰকৃতিৰ লোকৰ কবলত পৰি লাখ লাখ টকা হেৰুৱাব লগা হয় বহুতে। এনে ধৰণৰ এক ঘটনা সংঘটিত হৈছে ৰাজধানী দিল্লীত। এগৰাকী ৪৪ বছৰ বয়সীয়া লোক