Month: March 2023

বিদ্যুৎস্পৃষ্ট হ’লে কি কৰিব?

বিদ্যুৎস্পৃষ্ট হ’লে কি কৰিব?

মানৱ দেহটো এশ শতাংশই বিদ্যুৎ পৰিবাহী৷ ফলত বিদ্যুৎ প্ৰৱাহ হৈ থকা খোলা তাঁৰ বা বৈদ্যুতিক লাইনৰ সংস্পৰ্শলৈ আহিলে সহজেই বিদ্যুৎস্পৃষ্ট হয়৷ প্ৰচলিত ভাষাত ইয়াক কাৰেণ্টত শ্বক লগা বুলি কোৱা হয়৷ বৈদু্যতিক শ্বক লাগিলে বা বিদ্যুৎস্পৃষ্ট হ’লে ইয়াৰ পৰিণতি মৃত্যু পৰ্যন্ত হ’ব পাৰে৷ সেয়ে মুক্ত হৈ থকা বৈদ্যুতিক তাঁৰৰ সংস্পৰ্শলৈ যাতে

স্মাৰ্টফোন ব্যৱহাৰৰ ক্ষেত্ৰত এইকেইটা ভুল নকৰিব

স্মাৰ্টফোন ব্যৱহাৰৰ ক্ষেত্ৰত এইকেইটা ভুল নকৰিব

আজিকালি প্ৰায়েই স্মাৰ্টফোন বিস্ফোৰণ হোৱাৰ বিষয়ে শুনিবলৈ পোৱা যায়৷ ফোনটো ব্যৱহাৰৰ ক্ষেত্ৰত কৰা কেইটামান ভুলৰ বাবে এনে দুৰ্ঘটনা সংঘটিত হয়৷ উল্লেখ্য যে, আজিকালি প্ৰায়ভাগ স্মাৰ্টফোনতে থাকে হাই এম এ এইছ বেটাৰী আৰু ফাষ্ট চাৰ্জৰ সুবিধা৷ এনে ক্ষেত্ৰত স্মাৰ্টফোনটো সুৰক্ষিত কৰি ৰাখিবলৈ অধিক সচেতন হোৱা উচিত৷ উল্লেখ কৰা হ’ল স্মাৰ্টফোন ব্যৱহাৰৰ

ঘৰলৈ সুখ-সমৃদ্ধি আনিবলৈ বাস্তু শাস্ত্ৰই ভোজন কৰা নিয়মৰ বিষয়ে এনেদৰে কৈছে

ঘৰলৈ সুখ-সমৃদ্ধি আনিবলৈ বাস্তু শাস্ত্ৰই ভোজন কৰা নিয়মৰ বিষয়ে এনেদৰে কৈছে

বাস্তু শাস্ত্ৰত ঘৰলৈ সাকাৰাত্মক দিশ আৰু সুখ সমৃদ্ধি আনিবলৈ এনেকুৱা বহুত উপায়ৰ বিষয়ে কয় যিয়ে বহুত সহজতেই আমাৰ ঘৰৰ সমস্যা বোৰৰ নিবাৰণ কৰে । বাস্তু শাস্ত্ৰত কিছুমান এনে কৰ্মৰ বিষয়ে কোৱা হৈছে যাক কৰাটো অনুচিত বুলি মানি লোৱা হৈছে। কিন্তু আধুনিক জীৱন শৈলীত আমাৰ জীৱনলৈ এনেকুৱা কিছুমান পৰিৱৰ্তন আহিছে যাৰ

অসমীয়াত হনুমান চালিশা | Hanuman Chalisa In Assamese

অসমীয়াত হনুমান চালিশা | Hanuman Chalisa In Assamese

হনুমান চালিশা কি ? ভগৱান হনুমানৰ ঘাথা তথা গুণৰ বর্ণনা কৰি,  ১৬ শতাব্দীৰ এক জনপ্রিয় কবি শ্রী তুলসী দাসৰ ৰচনা কৰা  ( স্তবক বা কবিতাক )  হনুমান চালিশা বুলি কোৱা হয়। ইয়াত ৪০টা শ্লোক আছে সেই বাবে ইয়াক চালিশা কোৱা হয়।  হনুমান চালিশাত ভগৱান হনুমানৰ ১০৮টা নাম লিখা আছে, তুলসী

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু, ১ এপ্ৰিলত ঘৰলৈ আহিম বুলি কোৱা ধৃতাশ্ৰীৰ মৃত্যু

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু, ১ এপ্ৰিলত ঘৰলৈ আহিম বুলি কোৱা ধৃতাশ্ৰীৰ মৃত্যু

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। যুৱতীগৰাকী সীমান্ত সুৰক্ষা বল (BSF)ত কৰ্মৰত বকোৰ ধৃতাশ্ৰী ৰাভা। কোচবিহাৰত থকা অৱস্থাত মৃত্যুবৰণ কৰে ধৃতাশ্ৰী ৰাভাই। এই ঘটনাক লৈ ধৃতাশ্ৰী ৰাভাৰ ঘৰ বকোৰ ডাকুৱাপাৰাত শোকৰ ছাঁ পৰিছে। তথ্য অনুসৰি কোচবিহাৰত খেলৰ প্ৰশিক্ষণ লৈ আছিল ধৃতাশ্ৰীয়ে। প্ৰায় ছমাহ ধৰি কোচবিহাৰত আছিল যুৱতীগৰাকী। মেঘালয়ৰ টুৰাৰ BSFৰ হেড