উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ দুৰ্ঘটনা সুৰাপান কৰি গাড়ী চলাই চালকে শুৱালকুচিৰ পৰা মঙলদৈ অভিমুখে গৈ আছিল AS01FL4544 নম্বৰৰ ওৱেগেনাৰ বাহনখন । কোনোমতে প্ৰাণ ৰক্ষা পৰিল দুই আৰোহীৰ ।
Month: March 2023
নিশা হ’লেই মহানগৰীত একাংশ অপৈনত ডাম্পাৰৰ অতপালিয়ে পথচাৰীৰ বাবে যমদূত সদৃশ হৈ পৰিছে ৷ দেওবাৰে মহানগৰীৰ ভঙাগড়ত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হয় এজন যুৱক। ভঙাগড় উৰণীয়া সেতুত দ্ৰুতবেগী ডাম্পাৰে মহটিয়াই নিলে এজন বাইক আৰোহীক। ফলস্বৰূপে থিতাতে নিহত হয় এজন বাইক আৰোহী গৰাকী। দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ খনৰ
নিজ পত্নীক ব্লেডেৰে ক্ষতবিক্ষত কৰি আহত কৰা পাষাণ স্বামীক আটক আৰক্ষীৰ ৷ এই ঘটনা সংঘটিত হয় জাগীৰোডত ৷ পত্নীক ব্লেডেৰে ক্ষতবিক্ষত কৰি পলায়ন কৰা পাষণ্ড স্বামী মজিবুৰ ৰহমানক দেওবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে, পত্নীক আক্ৰমণ ব্লেডে আঘাত কৰা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছিল জাগীৰোডৰ
স্বামীৰ অকথ্য নিৰ্যাতন সহ্য কৰিব নোৱাৰি এগৰাকী মহিলাই বিহপান কৰি আত্মহনণ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ বিহপাৰাত ৷ প্ৰাপ্ত খবৰ অনুসৰি চাৰি সন্তানৰ মাতৃ এগৰাকীক স্বামী মহিদুল ইছলামে দীৰ্ঘদিন ধৰি চলাই আহিছিল মানসিক আৰু শাৰিৰীক নিৰ্যাতন ৷অভিযোগ উঠা মতে যৌতুক বিচাৰিয়ে প্ৰায়ে অকথ্য নিৰ্যাতন চলাইছিল ৷স্বামীৰ
হিমালয়ৰ সু উচ্চ পৰ্বত লানিৰ ভিতৰত কৈলাশ পৰ্বত হিন্দু, বৌদ্ধ আৰু জৈন সকলৰ পবিত্ৰ পৰ্বত। প্ৰাচীন শাস্ত্ৰৰ মতে মহাদেৱ শিৱ মা পাৰ্বতী আৰু দুই পুত্ৰ ভগৱান গনেশ আৰু কাৰ্ত্তিক দেৱতাৰ সৈতে কৈলাশ পৰ্বতত নিবাস কৰে । এই কৈলাশ পৰ্বত ধৰিত্ৰীৰ কেন্দ্ৰত অৱস্থিত সেয়ে তাৰ পৰাই সৰগলৈ উঠি যাবলৈ জখলা আছে