Month: March 2023

ভঙাগড় উৰণ সেতুত ভয়ংকৰ পথ দুৰ্ঘটনা, ডাম্পাৰৰ খুন্দাত নিহত বাইক আৰোহী

ভঙাগড় উৰণ সেতুত ভয়ংকৰ পথ দুৰ্ঘটনা, ডাম্পাৰৰ খুন্দাত নিহত বাইক আৰোহী

মহানগৰীৰ ভঙাগড়ত নিশা এক পথ দুৰ্ঘটনা সংঘটিত হয়।দেওবাৰে নিশা সংঘটিত হয় এই পথ দুৰ্ঘটনাটো।ভঙাগড় উৰণ সেতুত ডাম্পাৰে মহটিয়াই নিলে এজন বাইক আৰোহীক। ফলত দুৰ্ঘটনাস্থলীতে নিহত হয় বাইক আৰোহী গৰাকী। দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ খনৰ নম্বৰ AS 01 MC 8919

গাঞ্জাই যৌন আনন্দ বৃদ্ধি কৰে! গৱেষকৰ দাবী !

গাঞ্জাই যৌন আনন্দ বৃদ্ধি কৰে! গৱেষকৰ দাবী !

ভাৰতত গাঞ্জা বা ভাং সেৱন কৰাটো আইনগতভাৱে নিষিদ্ধ। কিন্তু এই ভাঙে যৌন সম্পৰ্কৰ আনন্দ বৃদ্ধি কৰিব পাৰে। স্পেনিছ গৱেষকৰ এটা দলে এনে এটা চাঞ্চল্যকৰ দাবী কৰিছে। স্পেইনৰ আলমেইৰা বিশ্ববিদ্যালয়ৰ গৱেষকসকলে ২৭৪ জন পুৰুষ-মহিলাৰ ওপৰত এই অধ্যয়ন চলাইছিল। অংশগ্ৰহণকাৰীসকলৰ ভিতৰত ৮৯ জন পুৰুষ আৰু ১৮৫ গৰাকী আছিল মহিলা। সকলোৰে বয়স ১৮ৰ

১৯ মাৰ্চৰ ৰাশিফল, কেনে যাব আপোনাৰ আজিৰ দিনটো

১৯ মাৰ্চৰ ৰাশিফল, কেনে যাব আপোনাৰ আজিৰ দিনটো

জ্যোতিষীসকলে গ্ৰহ-নক্ষত্ৰৰ গতিৰ ওপৰত ভিত্তি কৰি ৰাশিফল ​​কয়। ১৯ মাৰ্চ দেওবাৰৰ ৰাশিফল ​​কেইবাটাও কাৰকক মানক হিচাপে লৈ ভৱিষ্যদ্বাণী কৰা হৈছে। জ্যোতিষৰ মতে আজি কাৰ বাবে কেনেকুৱা জানি লওক।   মেষ ৰাশি : যদি আপুনি আপোনাৰ পুৰণি আবেগলৈ ঘূৰি যাব বিচাৰে তেন্তে আপোনাৰ জীৱনত কোনো ধৰণৰ কঠোৰ পৰিৱৰ্তন নহ’ব। আপুনি কেতিয়াবা

সুন্দৰীৰ ফটো দেখি ভুল নাযাব; অশ্লীল ভিডিঅ’ দি লুটিব হানি ট্ৰেপাৰে

সুন্দৰীৰ ফটো দেখি ভুল নাযাব; অশ্লীল ভিডিঅ’ দি লুটিব হানি ট্ৰেপাৰে

মহানগৰীৰ ফটাশিল আমবাৰী, ভৰলু, ফাঁচীবজাৰ অঞ্চলত দীৰ্ঘদিন ধৰি চলি আহিছিল হানি ট্রেপিং। বহু ব্যৱসায়ীয়ে লাখে লাখে টকা দিবলগীয়া হৈছে চক্রটোক। কিন্তু অৱশেষত ক্রাইম ব্রাঞ্চৰ জালত পৰিল হানি ট্রেপিং চক্রটো। মন্দিৰৰ পুৰোহিতক হানি ট্ৰেপাৰে ফান্দত পেলাই হোৱাটছএপত অশ্লীল ভিডিঅ’ৰে ব্লেকমেইলিং কৰাৰ অভিযোগত এগৰাকী মহিলাকে ধৰি তিনিজনক গ্ৰেপ্তাৰ কৰিছে গুৱাহাটী আৰক্ষীয়ে। মহানগৰীৰ

নলবাৰীৰ ভঙা বিয়াৰ জোৰণৰ আ-অলংকাৰ ঘূৰাই দিলে কইনাপক্ষই

নলবাৰীৰ ভঙা বিয়াৰ জোৰণৰ আ-অলংকাৰ ঘূৰাই দিলে কইনাপক্ষই

নলবাৰীৰ ভগা বিয়া জোৰা লাগিল! নলবাৰীৰ ভঙা বিয়াৰ জোৰণৰ আ-অলংকাৰ ঘূৰাই দিলে কইনাপক্ষই। নলবাৰী আৰক্ষী সদৰ থানাত চুক্তিপত্ৰত চহী কৰিলে উভয়পক্ষই মিলামিচিৰে দৰা-কইনা পক্ষই পৰস্পৰক উভতাই দিলে আ-অলংকাৰ, সা-সামগ্ৰী।