Month: March 2023

মেট্ৰিক পৰীক্ষাৰ পূৰ্বে আত্মহত্যা ছাত্ৰীৰ !

মেট্ৰিক পৰীক্ষাৰ পূৰ্বে আত্মহত্যা ছাত্ৰীৰ !

পুনৰ মহানগৰীত এগৰাকী কিশোৰীৰৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্য। মহানগৰীৰ ৰামকৃষ্ণ মিছন ৰোডত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে এগৰাকী কিশোৰীৰ মৃতদেহ। মৃত্যুক সাৱটি লোৱা কিশোৰীগৰাকীৰ দশম শ্ৰেণীত অধ্যয়ন কৰি আছিল। সন্মুখত আছিল মেট্ৰিক পৰীক্ষা। পৰীক্ষাৰ পূৰ্বেই সংঘটিত হোৱা এই ঘটনাই বিশেষ তাৎপৰ্যবহন কৰিছে। ইফালে পৰিয়ালে লোকে কিশোৰীগৰাকীৰ মৃতদেহ আৰক্ষীক খবৰ নিদিয়াকৈয়ে

কিশোৰীক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ ৬৫ বছৰ বয়সীয়া বৃদ্ধ…

কিশোৰীক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ ৬৫ বছৰ বয়সীয়া বৃদ্ধ…

 দেশত তীব্ৰগতিত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। কিছুমান নিকৃষ্ঠ মানসিকতাৰ লোকৰ কবলৰ পৰা সাৰি নাযায় কোনো। এনে ধৰণৰ এক ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত। বৃহস্পতিবাৰে আৰক্ষীয়ে জনোৱা অনুসৰি উত্তৰ প্ৰদেশৰ গুলৰিহা আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁৱত এগৰাকী কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগত এজন ৬৫ বছৰীয়া ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে জনাই যে,

মৰিগাঁও আৰক্ষীৰ জালত দুজনকৈ চাইবাৰ অপৰাধী

মৰিগাঁও আৰক্ষীৰ জালত দুজনকৈ চাইবাৰ অপৰাধী

মৰিগাঁও আৰক্ষীৰ জালত দুজনকৈ চাইবাৰ অপৰাধী জিয়াবুৰ ৰহমান আৰু কহিনুৰ আখটাৰা নামৰ এগৰাকী মহিলাক আটক সুধিৰ কুমাৰ নামৰ দিল্লীৰ এজন ব্যক্তিৰ পৰা 26 লাখ টকা চাইবাৰ অপৰাধৰ জৰিয়তে লুট কৰে মৰিগাঁৱ আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত চলা অভিযানত গ্ৰেপ্তাৰ হোৱা এই অপৰাধী কেইজন অনলাইন বিত্তীয় APPৰ জৰিয়তে

হ’ব নেকি ভূগোলৰ পৰীক্ষাও বাতিল ?

হ’ব নেকি ভূগোলৰ পৰীক্ষাও বাতিল ?

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ইখনৰ পাছত সিখন প্ৰশ্নকাকত ফাদিলে এতিয়া চিন্তিত কৰি তুলিছে শিক্ষাৰ্থীসকলক এইবাৰ ফাদিল হৈছে ভূগোল বিষয়ক পৰীক্ষাৰ প্ৰশ্নকাকত উল্লেখযোগ্য যে ২০ মাৰ্চত আছিল ভূগোল তথা আন ঐচ্ছিক বিষয়ৰ পৰীক্ষা ইতিমধ্যে দুটা বিষয়ৰ পৰীক্ষা বাতিল কৰা হৈছিল মেট্ৰিকত সেয়ে এতিয়া ভূগোলৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত এই বিষয়ৰ পৰীক্ষা বাতিল

প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰ তিনি মূল অভিযুক্ত CIDৰ জিম্মাত…..

প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰ তিনি মূল অভিযুক্ত CIDৰ জিম্মাত…..

প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰ তিনি মূল অভিযুক্ত CIDৰ জিম্মাত। ট্ৰানজিত ৰিমাণ্ডৰ পিছত পুনৰ চিআইডিৰ জিম্মাত। নিশাই গুৱাহাটীলৈ অনা হ’ল প্ৰণৱ দত্ত, কুমুদ ৰাজখোৱা আৰু প্ৰসন্ন দাসক। তিনিদিনৰ বাবে CIDৰ জিম্মাত থাকিব তিনি অভিযুক্ত। উল্লেখযোগ্য যে প্ৰণৱ দত্ত, প্ৰসন্ন দাসক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে শুকুৰবাৰে আত্মসমৰ্পণ কৰিছিল কুমুদ ৰাজখোৱাই। ইতিমধ্যে অভিযুক্ত প্ৰণৱ দত্ত